Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

    ৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

    পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

    ১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

    হোজাই-গোলাঘাটৰ বনাঞ্চলৰ চাৰি শতাধিক পৰিয়ালক উচ্ছেদ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

 Guwahati Fourth Khelo India University:চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ উদ্বোধনী অনুষ্ঠানত পাপনৰ মায়াময় সংগীতানুষ্ঠান

ৰাইজৰ বাবে বিনামূলীয়া হ’ব উদ্বোধনী অনুষ্ঠান

publisher by publisher
February 17, 2024
in Assam, India, News
Reading Time: 2 mins read
0
 Guwahati Fourth Khelo India University:চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ উদ্বোধনী অনুষ্ঠানত পাপনৰ মায়াময় সংগীতানুষ্ঠান
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

নিমিষাৰ সৰ্বৰ্শৰীৰত আঘাতৰ চিন, ‘হোম ষ্টে’ত নির্যাতন চলোৱা হৈছিল

ছীল কৰা হ’ব ৰুদ্ৰছ কিচ্ছেন হোমষ্টে

 Guwahati Fourth Khelo India University:

প্ৰথমবাৰৰ বাবে অসমত অনুষ্ঠিত ‘চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ-২০২৩ অষ্টলক্ষ্মী’ৰ অহা ১৯ ফেব্ৰুৱাৰীত গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ ইন্দিৰা গান্ধী এথলেটিকছ ষ্টেডিয়ামত অনুষ্ঠিত হ’বলগা উদ্বোধনী অনুষ্ঠানে সকলোকে ৰোমাঞ্চিত কৰি তুলিব ৷

ADVERTISEMENT

উল্লেখ্য যে পৰম্পৰা আৰু গ্লেমাৰৰ প্ৰয়োভৰ ঘটিব লগা সংগীত প্ৰধান বৰ্ণময় উদ্বোধনী অনুষ্ঠানত গীত পৰিবেশন কৰিব অসমৰ আন্তঃৰাষ্ট্ৰীয় প্ৰতিষ্ঠিত কণ্ঠশিল্পী পাপন অংগৰাগ মহন্তই ৷ স্বাভাৱিকতে পাপনৰ মায়াময় সংগীত অনুষ্ঠানে এক ৰোমাঞ্চকৰ পৰিৱেশ সৃষ্টি কৰিব চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ উদ্বোধনী অনুষ্ঠানক ৷

ক্ৰীড়াপ্ৰেমীৰ বাবে উদ্বোধনী অনুষ্ঠান বিনামূলীয়া কৰা হৈছে ৷ কৃষ্টি, ঐতিহ্য, প্ৰযুক্তিবিদ্যাৰ সামাহাৰ ঘটিব লগা অনন্য উদ্বোধনী অনুষ্ঠানত দেশৰ ঐক্য, বৈচিত্ৰ আৰু ক্ৰীড়া মনোভাৱৰ মূল্যবোধক প্ৰতিফলিত কৰি তোলা বিষয়ভিত্তিক প্ৰদৰ্শনীও ষ্টেডিয়ামৰ মধ্যভাগত স্থাপন কৰা মঞ্চত প্ৰদৰ্শন কৰা হ’ব ৷

ইয়াৰ উপৰিও অসমৰ কৃষ্টি-সংস্কৃতিৰ নিভাজ ৰূপ, ৰাজ্যৰ জনজীৱনৰ ঐতিহ্যক চিহ্নিত কৰা কলাৰ মনোমোহা প্ৰদৰ্শনে উদ্বোধনী অনুষ্ঠানটোক অধিক আকৰ্ষণীয় কৰি তুলিব ৷

আনহাতে, উদ্বোধনী অনুষ্ঠান ১৯ ফেব্ৰুৱাৰীত হ’ব যদিও শনিবাৰে সৰুসজাই ষ্টেডিয়ামত পুৰুষ-মহিলাৰ কাবাডী প্ৰতিযোগিতাৰে অসমত চতুৰ্থ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছৰ আনুষ্ঠানিক আৰম্ভনি হৈছে ৷

উল্লেখ্য যে উভয় শাখাতে আঠখনকৈ বিশ্ববিদ্যালয়ে অংশ লৈছে আৰু আজি গ্ৰুপ মেচসমুহ অনুষ্ঠিত হয়৷ কাইলৈৰ পৰা অসমত বাস্কেটবল, মহিলাৰ ফুটবল আৰু মাল্লখম্ব আৰম্ভ হোৱাৰ বিপৰীতে আগৰতলাত যোগাসন আৰু আইজলত পুৰুষৰ ফুটবল আৰম্ভ হ’ব ৷

উল্লেখ্য যে এইবাৰৰ খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছত ২০ বিধ খেলত মুঠ ২৬২ টা সোণ, ২৬৩ টা ৰূপ আৰু ২৯৭ টা ব্ৰঞ্জৰ পদকৰ বাবে প্ৰায় চাৰি হাজাৰ ক্ৰীড়াবিদে প্ৰতিদ্বন্দ্বিতা কৰিব ৷ গুৱাহাটীসহ¸ উত্তৰ-পূবৰ আন সাতখন চহৰৰ ১৮টা স্থানত খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ প্ৰতিযোগিতা অনুষ্ঠিত হ’ব ৷

গেমছত যি ২০ বিধ খেল অন্তৰ্ভুক্ত কৰা হৈছে তাৰে ১৬ বিধ খেল আয়োজন কৰিব অসমে৷ আনহাতে, মেঘালয়ত আৰ্চাৰী, ত্ৰিপুৰাত যোগাসন, নাগালেণ্ডত মল্লযুঁজ, অৰুনাচল প্ৰদেশত ভাৰোত্তোলন, ছিকিমত পুৰুষ বক্সিং আৰু মিজোৰামত পুৰুষৰ ফুটবল অনুষ্ঠিত হ’ব ৷ ইফালে, অসমত হ’বলগা ইভেণ্টসমুহ হ’ল ঃ এথলেটিকছ, ৰাগবি, ভলীবল, বাস্কেটবল, সাঁতোৰ, বেডমিণ্টন, হকী, ফেন্সিং, কাবাদী, টেনিছ, জুডো, টেবুল টেনিছ, মাল্লখম্ব, শ্বুটিং আৰু মহিলাৰ ফুটবল তথা বক্সিং৷

গুৱাহাটীৰ সৰুসজাই ক্ৰীড়া প্ৰকল্পৰ লগতে ভেটাপাৰাৰ হকী ষ্টেডিয়াম, কাহিলীপাৰাৰ শ্বুটিং ৰেঞ্জ, ৰাধা গোবিন্দ বৰুৱা ক্ৰীড়া প্ৰকল্প, আমিনগাঁও ইনড’ৰ ষ্টেডিয়াম, চচল টেনিছ প্ৰকল্প, ভোগেশ্বৰী ফুকননী ইনড’ৰ ষ্টেডিয়াম খেল অনুষ্ঠিত হ’ব ৷

অসমৰ ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ পৰা ছয়জনীয়া সদস্যৰে ৰাজ্যৰ সৰ্বাধিক দলটো হোৱাৰ বিপৰীতে ১৯ গৰাকী খেলুৱৈৰে মণিপুৰ বিশ্ববিদ্যালয়ৰ দলটো উত্তৰ-পূব অঞ্চলৰ পৰা সৰ্বাধিক প্ৰতিনিধিত্বৰ দল ৷

ইফালে, অমৃতসৰৰ গুৰু নানক দেৱ বিশ্ববিদ্যালয়ে ২৩৮ জন সদস্যৰে গঠিত শ্ৰেষ্ঠ দল প্ৰেৰণ কৰাৰ বিপৰীতে চণ্ডীগড় বিশ্ববিদ্যালয়ে ১৬৫ জনীয়া আৰn ¸পাঞ্জাব বিশ্ববিদ্যালয়ে ১৫১ জনীয়া খেলুৱৈৰ দল প্ৰেৰণ কৰিছে৷ পঞ্জাৱৰ মুঠ ১০খন বিশ্ববিদ্যালয়ে যোগদান কৰাত ৰাজ্য হিচাপে পঞ্জাৱৰে সৰ্বাধিক খেলুৱৈৰ দল হিচাপে পৰিগনিত হৈছে ৷

উল্লেখযোগ্য যে ২০১৮ চনৰ পৰা কেন্দ্ৰীয় ক্ৰীড়া বিভাগে ছয়খন খেলো ইণ্ডিয়া ইউথ গেমছ, তিনিখন খেলো ইণ্ডিয়া বিশ্ববিদ্যালয় গেমছ আৰু চাৰিখন খেলো ইণ্ডিয়া শীতকালীন গেমছ আৰু বিভিন্ন ক্ৰীড়াত একাধিক খেলো ইণ্ডিয়া মহিলা লীগৰ আয়োজন কৰি আহিছে ৷

যোৱা ডিচেম্বৰত প্ৰথমবাৰৰ বাবে নতুন দিল্লীত অনুষ্ঠিত হৈছিল খেলো ইণ্ডিয়া পেৰা গেমছ৷ ২০১৬-২০২৩ বৰ্ষত খেলো ইণ্ডিয়া আঁচনিৰ বাবে মুঠ ২৪১৮ কোটি টকা আবণ্টন দিয়া হৈছে আৰু অনাগত পাঁচ বছৰৰ বাবে ৩১৬৫ কোটি টকা এই আঁচনিৰ বাবে ব্যৱস্থা কৰা হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Angarag Papon MohantaFourth Khelo India University GamesGuwahati
publisher

publisher

Related Posts

জুবিন গাৰ্গৰ মৃত্যুৰ গোচৰঃ দুই অভিযুক্তৰ জামিনক প্ৰত্যাহ্বান জনাব এছআইটিয়ে
Assam

October 18, 2026
অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম
News

অচিনাকি নম্বৰৰ পৰিচয়ো হ’ব স্পষ্ট পহিলা নৱেম্বৰৰ পৰা নতুন নিয়ম

October 18, 2026
৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক
India

৪০০ বছৰৰ ঐতিহ্য, ৰাজকীয় শোভাযাত্ৰা আৰু পোহৰৰ চমক

October 18, 2026
পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন
India

পৰিৱেশ ৰক্ষাৰ আহ্বানৰে দুর্গা পূজা উদ্যাপন

October 18, 2026
পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা
India

পুৰীৰ উপকূলত অনন্য ৰূপত দেৱী দুর্গা

October 18, 2026
১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে
India

১৮ অনূর্ধ্বৰ ইণ্টাৰনেট ব্যৱহাৰত নিষেধাজ্ঞা আৰোপ নকৰে ন্যায়ালয়ে

October 18, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d