Chittaranjan Basumatary is likely to join the AJP :চিত্তৰঞ্জন বসুমতাৰীৰ অসম জাতীয় পৰিষদত যোগদানৰ সম্ভাৱনা

ajp

Chittaranjan Basumatary is likely to join the AJP :

চিত্তৰঞ্জন বসুমতাৰীৰ অসম জাতীয় পৰিষদত যোগদানৰ সম্ভাৱনা ৷

আজি বিয়লি জাতীয় পৰিষদত যোগদান কৰিব পাৰে বসুমতাৰীয়ে ৷

যোগদান সন্দৰ্ভত লুৰীণজ্যোতি গগৈৰ সৈতে দীঘলীয়া আলোচনা বসুমতাৰীৰ ৷

২০২২ চনৰ মে’ মাহত জাতীয় পৰিষদ ত্যাগ কৰিছিল বসুমতাৰীয়ে ৷

Exit mobile version