Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত

    Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

    চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

    Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Bhabanipur :ভৱানীপুৰৰ হলংবাৰীত ‘কা’ বিৰোধী আন্দোলনৰ শ্বহীদৰ আত্মবলিদান দিৱসত লুৰীণজ্যোতি গগৈ

"দিল্লীয়ে 'কা' জাপি দিয়া অন্যায়ক অসমৰ শাসক ৰাজনীতিকে ৰাজনৈতিক স্বাৰ্থৰ বাবে সহযোগিতা আগবঢ়াইছে"

publisher by publisher
December 12, 2022
in Assam, India, News
Reading Time: 3 mins read
0
Bhabanipur :ভৱানীপুৰৰ হলংবাৰীত ‘কা’ বিৰোধী আন্দোলনৰ শ্বহীদৰ আত্মবলিদান দিৱসত লুৰীণজ্যোতি গগৈ
2
SHARES
15
VIEWS
ShareShareShareShare

RelatedPosts

Lurinjyoti Gogoi :দিল্লীয়ে থলগিৰী অসমীয়াক ৰাজনৈতিক ভাৱে নিশেষ কৰাৰ ষড়যন্ত্ৰ কৰিছে : লুৰীণজ্যোতি গগৈ

Ajp Protest In Guwahati:কা’ প্ৰৱৰ্তনৰ ৫ বছৰ, চচলত অসম জাতীয় পৰিষদৰ তীব্ৰ প্ৰতিবাদ, কা’ বাতিলৰ দাবী

Agp Swahid Diwas Celebrations:শ্বহীদ খৰ্গেশ্বৰৰ জন্ম গাওঁ উজান বৰবৰীত অগপৰ কেন্দ্ৰীয় শ্বহীদ দিৱসত চৰকাৰৰ বিৰুদ্ধে ক্ষোভ খৰ্গেশ্বৰৰ ভাতৃ ৰাধাকান্তৰ

Bhabanipur :

“আজিৰ দিনটো অসমৰ জাতীয় জীৱনৰ বাবে এটা বিশেষ দিন। অসমক অতি অন্যায় কৰি দিল্লীয়ে ‘কা’ জাপি দিয়াৰ বিৰুদ্ধে সমগ্ৰ অসমত জাতীয় গণ উত্থান হৈছিল আৰু এই সংগ্ৰামত অসমৰ সুৰক্ষিত ভৱিষ্যতৰ স্বাৰ্থত প্ৰাণ আহুতি দিছিল পাঁচগৰাকীকৈ বীৰ শ্বহীদ ভৱানীপুৰৰ হলংবাৰী গাঁৱৰ আব্দুল আলিম, ছেম ষ্টেফৰ্ড, দীপাঞ্জল দাস, বিজেন্দ্ৰ পাংগিং আৰু ঈশ্বৰ নায়কে।

ADVERTISEMENT

অসমৰ পাঁচ গৰাকী বীৰ সন্তানে জীৱনৰ সৰ্বোচ্চ ত্যাগ কৰিলে জাতিৰ সুৰক্ষিত ভবিষ্যতৰ বাবে। অসমত অবৈধ বিদেশী নাগৰিকৰ আগ্ৰাসনৰ গোটেই সমস্যাটোৰ সমাধানৰ স্বাৰ্থত ৭১ৰ পিছত সাম্প্ৰদায়িক দৃষ্টিৰে দিল্লীয়ে, বিজেপি চৰকাৰে হিন্দু-মুছলমানৰ ৰাজনীতি কৰি, বিদেশীক হিন্দু-মুছলমানৰ নামত ভাগ ভাগ কৰিবৰ কাৰণে যি কূট কৌশল আৰু ষড়যন্ত্ৰ কৰিছে ইয়াৰ বাবে অসম আৰু অসমীয়া জাতিক বচাবলৈ গৈ পাঁচগৰাকীয়ে আত্মবলিদান দিলে।

আজিৰ দিনটোত অসম জাতীয় পৰিষদে আত্মবলিদান দিৱসৰূপে পালন কৰি আহিছে। তেওঁলোকৰ আত্মবলিদানে প্ৰমাণ কৰি দিলে যে অসমৰ জনগণক দিল্লীয়ে কৰা যিটো অন্যায় আৰু দিল্লীয়ে ‘কা’ জাপি দিয়া অন্যায়ক অসমৰ শাসক ৰাজনীতিকে ৰাজনৈতিক স্বাৰ্থৰ বাবে সহযোগিতা আগবঢ়াইছে।” এইদৰে কয় অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈয়ে আজি ভৱানীপুৰৰ হলংবাৰী বজাৰত পৰিষদৰ উদ্যোগত কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত আত্মবলিদান দিৱসত সংবাদ মাধ্যমৰ আগত।

উল্লেখ্য যে ‘কা’ বিৰোধী আন্দোলনত শ্বহীদ হোৱা পাঁচগৰাকী শ্বহীদক সুৱৰি আজি শ্বহীদ আব্দুল আলিমৰ জন্মভূমি হলংবাৰী গাঁৱৰ বজাৰত অসম জাতীয় পৰিষদে কেন্দ্ৰীয়ভাৱে অনুষ্ঠিত কৰে আত্মবলিদান দিৱস।

লুৰীণজ্যোতি গগৈয়ে সংবাদ মাধ্যমৰ আগত কয় যে-” অসমৰ ৰাইজে ভালদৰে জানে যে ‘কা’ এখন জাতিধ্বংসী, সাম্প্ৰদায়িক, ভাৰতবৰ্ষৰ সংবিধান বিৰোধী আৰু এটা বিশেষ ৰাজনৈতিক লক্ষ্য – উদ্দেশ্য আগত ৰাখি জাপি দিয়া আইন। এই আইখনে অসমৰ মানুহৰ মাজত সাম্প্ৰদায়িকতা, ঘৃণাৰ সৃষ্টি কৰিছে আৰু অবৈধ বিদেশী নাগৰিকৰ সমস্যাৰ ভয়াবহতা, জটিলতা অধিক বৃদ্ধি কৰিছে।

‘কা’ জাপি দিয়াৰ ফলত অসম চুক্তি সম্পূৰ্ণ নস্যাত হৈছে। অসম চুক্তিৰ আত্মাটোক হত্যা কৰিছে। অসম আন্দোলনৰ ৮৫৫ গৰাকী শ্বহীদক দ্বিতীয়বাৰৰ বাবে হত্যা কৰা হৈছে। পাঁচগৰাকী যুৱকক হত্যা কৰিছে। গতিকে অসমৰ ভৱিষ্যত যদি সুৰক্ষিত কৰিব লাগে অসমৰ সকলো জাতি-জনজাতি, আছু, যুৱ ছাত্ৰ পৰিষদৰ লগতে প্ৰতিটো জাতীয়, জনগোষ্ঠীয় দল-সংগঠণে ‘কা’ বাতিল বাবে ওলাই আহিব লাগিব।

আজিৰ আত্মবলিদানৰ পবিত্ৰ দিনটোত শ্বহীদ সকলৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠানৰ বাকৰিৰ পৰা চৰকাৰলৈ আহ্বান জনাইছোঁ যে – ভাৰতবৰ্ষৰ আইন, সংবিধানক শ্ৰদ্ধা কৰি পাঁচগৰাকী শ্বহীদ হোৱা ব্যক্তিৰ সম্পূৰ্ণ তদন্ত আৰু তদন্তৰ প্ৰতিবেদন ৰাজহুৱা কৰিব লাগে।

তদন্ত নিৰপেক্ষ, আইনৰ গণ্ডীত হ’ব লাগে। কোনো ধৰণৰ সাম্প্ৰদায়িক দৃষ্টিভংগীৰে আৰু জনতাৰ আন্দোলনক অৱদমন কৰি এই আন্দোলনক এটা বেলেগ দৃষ্টিভংগীৰে মানুহৰ মাজত প্ৰচাৰ কৰিবৰ কাৰণে চৰকাৰে যাতে অপচেষ্টা নকৰে, তাৰবাবে চৰকাৰক দাবী উত্থাপন কৰিছোঁ। চৰকাৰে পাঁচগৰাকী যুৱকৰ হত্যকাৰীক কঠোৰতম শাস্তি দিয়ক, পাঁচগৰাকী শ্বহীদ পৰিয়ালৰ দায়িত্ব লওক।

আজি আব্দুল আলিমৰ জন্মভূমিৰ শ্বহীদবেদীৰ কাষত থিয় হৈ আমি পুনৰবাৰ ঘোষণা কৰিছোঁ – অসমৰ জনসাধাৰণে ‘কা’ কেতিয়াও মানি লোৱা নাছিল আৰু মানি নলয়। ‘কা’ৰ বিৰুদ্ধে আন্দোলন অব্যাহত থাকিব “। মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক চোকা সমালোচনাৰে লুৰীণজ্যোতি গগৈয়ে কয় যে – “মুখ্যমন্ত্ৰীয়ে আন্দোলন সন্দৰ্ভত গণতন্ত্ৰ বা গণতান্ত্ৰিক দেশ এখনত বসবাস কৰা মানুহৰ প্ৰতি চূড়ান্ত শ্লেষাত্মক বক্তব্য ৰাখিছে।

কাৰণ এইখন গণতন্ত্ৰত গণতান্ত্ৰিক অধিকাৰ সুৰক্ষিত কৰিবলৈ মানুহৰ সাংবিধানিক অধিকাৰ আছে। নিজৰ মত প্ৰকাশৰ, অন্যায়ৰ বিৰুদ্ধে মাত মাতি গণতান্ত্ৰিক অধিকাৰ সাব্যস্ত কৰাৰ অধিকাৰ আছে। গতিকে মুখ্যমন্ত্ৰীয়ে আন্দোলন সন্দৰ্ভত যি ধৰণৰ মন্তব্য কৰি আছে, ইয়াৰ যোগেদি গণতান্ত্ৰিক কণ্ঠ, গণতান্ত্ৰিক আন্দোলনক দমন কৰিবৰ কাৰণে তেনেধৰণৰ মন্তব্য দি আহিছে।

মুখ্যমন্ত্ৰীয়ে তেওঁৰ দুৰ্বলতা,ব্যৰ্থতা,বিফলতা, তেওঁৰ দিনত উন্নয়ন নোহোৱা আদিবোৰ ঢাকিবৰ বাবে মানুহক ভয় খুৱাবলৈ, বিভ্ৰান্ত কৰিবৰ বাবে আন্দোলন সন্দৰ্ভত তীৰ্যক মন্তব্য কৰি আছে। কিন্তু অন্যায় হ’লে আন্দোলন হ’বয়েই। গণতান্ত্ৰিক দেশ এখনত গণতান্ত্ৰিক অধিকাৰ, সংগ্ৰাম বা আন্দোলনক কেতিয়াও বাধা দি ৰাখিব নোৱাৰে।

গণতান্ত্ৰিক কণ্ঠক ভয়-ভাবুকি, পুলিচ-মিলিটেৰীৰ গুলী এইবোৰেৰে কেতিয়াও ধৰি ৰাখিব নোৱাৰে। এনেকুৱা অন্যায়, অবিচাৰ, আইনবহিৰ্ভূত কাম, স্বৈৰাতান্ত্ৰিক, ফেচিষ্ট মানসিকতাৰ বিৰুদ্ধে জনতা ঐক্যবদ্ধ হ’ব। আন্দোলনত জপিয়াই পৰিব”।

উল্লেখ্য যে আজি হলংবাৰীৰ বজাৰত অনুষ্ঠিত ‘কা’ বিৰোধী আন্দোলনৰ পাঁচগৰাকী শ্বহীদৰ প্ৰতিচ্ছৱিৰ সন্মুখত বন্তি প্ৰজ্বলন,পূস্পাঞ্জলি প্ৰদান কৰে অসম জাতীয় পৰিষদৰ নেতৃবৃন্দ শ্বহীদ আব্দুল আলিমৰ পিতৃ লাল মামুদ, মাতৃ আবিদা খাটুন, ভগ্নী বিউটি ইয়াছমিন, চিপিআইএম নেতা চিত্তৰঞ্জন দাসৰ লগতে ৰাইজে।

ইয়াৰ পিছতে অনুষ্ঠিত অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক প্ৰিন্স ফাইজুৰ হকে আত ধৰা সভাত অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, সাধাৰণ সম্পাদক জগদীশ ভূঞাই বিজেপি দল, বিজেপিৰ নেতৃত্বাধীন চৰকাৰক চোকা সমালোচনাৰে বক্তৃতা প্ৰদান কৰাৰ লগতে অসম জাতীয় পৰিষদৰ কেন্দ্ৰীয় সম্পাদক ৰাজু ফুকন, কাৰ্যনিৰ্বাহক সদস্য মাণিক বড়ো, বজালী জিলা সমিতিৰ সভাপতি দিলীপ দাস, সাধাৰণ সম্পাদক হৰিধন লহকৰ, ভৱানীপুৰ সমষ্টি সমিতিৰ সভাপতি নৱ কলিতা, যুৱ শক্তি পৰিষদৰ সাধাৰণ সম্পাদক ইফটিকাৰ হুছেইন, সম্পাদক কংকন নাথ, তথ্য আৰু প্ৰযুক্তি সম্পাদক দেৱজিৎ ভড়ালীৰ লগতে কেবাগৰাকীও দলৰ নেতা উপস্থিত থাকে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Against CaaBhabanipurShaheed Diwas
publisher

publisher

Related Posts

Indo-Bangla Border:ভাৰত-বাংলাদেশ সীমান্তৰ চাহাদ গণত মহানগৰ আৰক্ষীৰ অভিযানত বৃহৎ চুৰি চক্ৰৰ ঘাটি উৎখাত
Assam

September 9, 2026
Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক
Assam

Bongaigaon:বঙাইগাঁও জংচনত মানৱ সৰবৰাহকাৰীৰ কবলৰ পৰা উদ্ধাৰ ৩ শিশু, ৪ মহিলা সহ ১৩ জন লোকক

September 9, 2026
চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে
India

চীনত বিশ্বৰ ভিতৰতে সৰ্বাধিক ৬৬.৪ কোটি লোক পৰোক্ষ ধূমপানৰ দ্বাৰা প্ৰভাৱিত হৈছে

September 9, 2026
Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ
Assam

Nalbari:নলবাৰী আৰক্ষীৰ জালত ৰোলাৰ চোৰ

September 9, 2026
Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি
Assam

Insurance of livestock:ৰাজ্যত প্ৰথমবাৰৰ বাবে হ’ব পশুধনৰ বীমা কেন্দ্ৰীয় চৰকাৰে মুকলি কৰিলে পুঁজি

September 9, 2026
আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী
News

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d