Three kidnapped from Finviru in Arunachal Pradesh have been Released:অৰুণাচল আৰক্ষীৰ জিম্মাত আছে তিনিওজন শ্ৰমিক

kidnapped

Three kidnapped from Finviru in Arunachal Pradesh have been Released:

চুবুৰীয়া অৰুণাচলৰ প্ৰদেশৰ ফিনভিৰুৰ কয়লা খনতি কৰ্মৰত তিনিজন মহৰীক ১৮ ফেব্ৰুৱাৰীত আলফা(স্বা:)ই কৰিছিল অপহৰণ ৷

অৱশেষত ৩৩ দিনৰ অন্তত অৰুণাচলৰ নামপঙৰ লুম্বিবস্তি অঞ্চলত আলফা (স্বা:)মুকলি কৰি দিয়ে অপহৃত তিনিওজনকে ৷

উল্লেখ্য যে,অপহৃত তিনিওজন কয়লা খনিৰ মহৰীক ৰখা হৈছিল আলফা স্বাধীনৰ দুৰ্ধৰ্ষ নেতা আৰুণোদয় দহোটীয়া তত্ত্বাৱধানত পৰিচালিত এটা শিৱিৰত ৷

আনহাতে তিনিওজনকে ইতিমধ্যে অৰুণাচল আৰক্ষীয়ে সোধপোছৰ বাবে নিজৰ জিন্মাত ৰাখিছে ৷

Exit mobile version