Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু

    নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা

    ২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ

    চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

    দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Child kidnapped From Noonmati Recovered in North Guwahati:মহানগৰীৰ নুনমাটিৰ পৰা অপহৃত শিশু উত্তৰ গুৱাহাটীত উদ্ধাৰ

publisher by publisher
March 14, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Child kidnapped From Noonmati Recovered in North Guwahati:মহানগৰীৰ নুনমাটিৰ পৰা অপহৃত শিশু উত্তৰ গুৱাহাটীত উদ্ধাৰ
3
SHARES
29
VIEWS
ShareShareShareShare

RelatedPosts

Guwahati Mathgharia Accident Update: মঠঘৰীয়াত সংঘটিত শোকাৱহ পথ দুৰ্ঘটনাৰ ন ন তথ্য পোহৰলৈ

North Guwahati:উত্তৰ গুৱাহাটী চিলা কৰৈবাৰী ৰাষ্ট্ৰীয় ঘাইপথত গৰুভৰ্তি বাহন জব্দ

Heroin Seized in Noonmati: নুনমাটি আৰক্ষীৰ জালত হেৰ’ইন সৰবৰাহকাৰী

Child kidnapped From Noonmati Recovered in North Guwahati:

মহানগৰীৰ নুনমাটিৰ পৰা অপহৃত শিশু অৱশেষত উদ্ধাৰ হ’ল উত্তৰ গুৱাহাটীত ৷ শিশু অপহৰণকাৰীৰ ম’বাইল ফোন ট্রেক কৰি নুনমাটি আৰক্ষীয়ে অতি তৎপৰতাৰে উদ্ধাৰ কৰে শিশুটিক । উল্লেখ্য যে ,মঙলবাৰে শিশুটিৰ সতীয়া পিতৃয়ে অপহৰণ কৰিছিল ৷

ADVERTISEMENT

স্মতৰ্ৱ্য যে,উদ্থাপিত অভিযোগ অনুসৰি নুনমাটিৰ নিজৰাপাৰ বাসিন্দা ছফিয়া খাতুনৰ পুত্ৰ ছফিকুল ইছলামক সতীয়া পিতৃ চৰিফুদ্দিন আহমেদে মঙলবাৰে অতি কৌশলৰী অপহৰণ কৰিছিল।

শিশুটিৰ মাতৃ ছফিয়া খাতুন কামলৈ যোৱাৰ সুযোগ লৈ সতীয়া পিতৃয়ে সাতবছৰীয়া ছফিকুল ইছলামক অপহৰণ কৰি লৈ যায় ৷

আনহাতে অপহৰণ কৰি নিয়াৰ পাছতে সতীয়া পিতৃ চৰিফুদ্দিন আহমেদে নিজ পত্নীক তেওঁৰ সন্তানক অপহৰণ কৰি নিয়াৰ কথা ম’বাইল যোগে ব্যক্ত কৰাৰ লগতে শিশুটিৰ মুক্তপণ হিচাপে দাবী কৰে ডেৰলাখ টকা ৷

পুত্ৰ ছফিকুল ইছলামক বুধবাৰে সন্ধিয়া ছয় বজাত অপহৰণ কৰা বুলি মাতৃক ফোন কৰি অৱগত কৰে আৰু পুত্ৰ শিশুৰ মুক্তিপণ হিচাপে ডেৰ লাখ টকা দাবী কৰে । দাবী কৰা মতে টকা নেপালে হত্যা কৰাৰ ভাবুকি দিয়ে শিশুটিৰ মাতৃক ৷

ইয়াৰ পাছতে দুৰ্ভগীয়া মাতৃ গৰাকীয়ে স্বামী চৰিফুদ্দিন আহমেদৰ বিৰুদ্ধে এজাহাৰ দাখিল কৰে নুনমাটি থানাত ৷ এজাহাৰৰ পাছতে অপহৰণকাৰীৰ সন্ধানত নামি পৰে নুনমাটি আৰক্ষী ৷

অৱশেষত আজি নুনমাটি আৰক্ষীয়ে অপহৰণকাৰী সতীয়া পিতৃৰ ম’বাইল ফোন ট্ৰেক কৰি উত্তৰ গুৱাহাটীত উদ্ধাৰ কৰে শিশুটিক ৷ অৱশ্যে অপহৰণকাৰী চৰিফুদ্দিন আহমেদক আটক কৰিবলৈ সক্ষম নহ’ল ৷ আৰক্ষীয়ে অপহৰণকাৰীৰ সন্ধানত অব্যাহত ৰাখিছে মাৰাথন অভিযান ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Child kidnappedNoonmati PoliceNoonmati RecoveredNorth Guwahati
publisher

publisher

Related Posts

গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰীৰ মৃত্যু
Assam

নিমিষা হত্যাকাণ্ডৰ মাজতে ৰূপম শইকীয়া সন্ধানহীন, ঘটনাৰ দিনা নিমিষা-আছিকৰ স’তে মদ্যপান

September 29, 2026
সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী
Entertainment

সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

September 29, 2026
২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা
India

২২ মিনিটৰ বিজ্ঞাপন দেখুওৱাৰ বাবে মাল্টিপ্লেক্সক ৭৫ হেজাৰ টকাৰ জৰিমনা

September 29, 2026
২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ
News

২৫ মিটাৰ পিষ্টলত বিশ্ব অভিলেখ, এছিয়ান গেমছত অৰ্জন কৰিলে ৰূপ

September 29, 2026
চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ
Assam

চাকৰি স্থায়ীকৰণ আৰু মজুৰি বৃদ্ধিৰ দাবীত মৰিয়নিত চাফাই কৰ্মীৰ প্ৰতিবাদ

September 29, 2026
দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ
Assam

দুই লক্ষাধিক ভক্তক আদৰিবলৈ প্রস্তুতি বিল্বেশ্বৰ দেৱালয়ৰ

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d