Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

    আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

    ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

    জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

    ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

    নেপালৰ জলপ্ৰলয়ত নিৰুদ্দিষ্ট অৰুণ মহন্ত উভতি নাহিল আজিও

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup

    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

  • Entertainment
    • All
    • Movie
    • Music
    বিজয় সালগাঁওকাৰৰ বক্স অফিচ মেজিক: দৃশ্যম ৩ৰ দ্বিতীয় শনিবাৰে ধুমুহাৰ সৃষ্টি, সিংহাম এগেইনৰ অভিলেখ ভংগ

    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    পকেটত ম’বাইল, কোলাত লেপটপৰ অভ্যাস!

    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Delhi’s Response to Beijing’s Claim That Arunachal is Part of China:অৰুণাচল চীনৰ অংশ বুলি বেইজিঙৰ দাবীত ক্ষুব্ধ দিল্লীৰ প্ৰত্যুত্তৰ

publisher by publisher
March 20, 2024
in India, News
Reading Time: 2 mins read
0
Delhi’s Response to Beijing’s Claim That Arunachal is Part of China:অৰুণাচল চীনৰ অংশ বুলি বেইজিঙৰ দাবীত ক্ষুব্ধ দিল্লীৰ প্ৰত্যুত্তৰ
2
SHARES
19
VIEWS
ShareShareShareShare

RelatedPosts

এলএচিএচত চীনক প্ৰতিহত কৰিবলৈ ভাৰতীয় সেনাৰ নতুন অস্ত্ৰ—কৃত্ৰিম বুদ্ধিমত্তা

National Integration Tour For Students From Mechuka:অৰুণাচলৰ মেচুকাৰ পৰা ভাৰতীয় সেনাৰ দ্বাৰা ছাত্ৰ-ছাত্ৰীৰ বাবে ৰাষ্ট্ৰীয় সংহতি শীৰ্ষক ভ্ৰমণ

বৰফ বুলোৱা শুভ্রতাই আবৰিছে অৰুণাচলক

Delhi’s Response to Beijing’s Claim That Arunachal is Part of China:

চীন সীমান্তৱৰ্তী অৰুণাচলৰ ছেলা গিৰিপথত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেওঁৰ সদ্যসমাপ্ত ভ্ৰমণৰ সময়ত সুৰংগ পথ উদ্বোধন কৰাৰ পাছতে অৰুণাচলক লৈ পুনৰ তৎপৰ হৈ উঠিছে চুবুৰীয়া ৰাষ্ট্ৰখন।

ADVERTISEMENT

অৰুণাচল চীনৰ ভূখণ্ডৰ অন্যতম অংশ বুলি পুনৰবাৰ দাবী উত্থাপন কৰিছে বেইজিং মহলে। চীনৰ প্ৰতিৰক্ষা মন্ত্রণালয়ৰ মুখপাত্র হাং জীয়াওগাঙে কালি দাবী কৰিছিল যে অৰুণাচল চীনৰ ভূখণ্ডৰ অন্যতম অংশ।

তেওঁ এইবুলিও মন্তব্য কৰিছিল যে ভাৰতে অবৈধভাৱে তথাকথিত অৰুণাচল স্থাপন কৰিছে চীনৰ এই দাবীৰ এদিন পাছতে আজি ভাৰতে বেইজিং মহলৰ এই দাবী নস্যাৎ কৰি স্পষ্ট কৰি দিছে যে অৰুণাচল ভাৰতৰ অবিচ্ছেদ্য অংগ।

কেন্দ্রীয় বৈদেশিক মন্ত্রণালয়ে বেইজিং মহলক কঠোৰ প্ৰত্যুত্তৰ দি আজি কয়, ‘চীনৰ দাবী সম্পূৰ্ণৰূপে অযুক্তিকৰ। অৰুণাচল প্রদেশক লৈ চীনে ক্রমাগতভাবে যুক্তিহীন কথা কৈ আহিছে। আমি চীনৰ সামৰিক বিভাগৰ শেহতীয়া মন্তব্যসমূহৰ ওপৰত নজৰ ৰাখিছো।’

উল্লেখ্য যে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদী যোৱা ন মাৰ্চত অৰুণাচললৈ গৈ ইটানগৰৰ পৰা ছেলাগিৰিপথৰ ১৩ হেজাৰ ফুট উচ্চতাত অৱস্থিত দ্বিতীয়টো সুৰংগ পথ মুকলি কৰিছিল। তাৰ পাছতে অৰুণাচলক লৈ তৎপৰ হৈ উঠে বেইজিং মহল।

ইয়াৰ পূৰ্বে চীনৰ বৈদেশিক মন্ত্রণালয়ে দাবী কৰিছিল যে জাংনান (অৰুণাচল প্ৰদেশৰ চীনা নাম) চীনৰ ভূখণ্ডৰ অংশ। চুবুৰীয়া ৰাজ্যখনৰ বৈদেশিক মন্ত্রণালয়ৰ পাছত এইবাৰ অৰুণাচলৰ ভূখণ্ডক লৈ তৎপৰ হ’ল চীনা সৈন্যও।

উল্লেখ্য যে যোৱা বছৰ বেইজিং মহলে অৰুণাচলৰ ১১ টা অঞ্চলৰ নাম পৰিৱৰ্তন কৰিছিল, যাৰ ভিতৰত আছিল পাঁচখনকৈ পাহাৰ, দুটাকৈ মালভূমি অঞ্চল, দুটা আৱাসিক অঞ্চল আৰু দুখন নৈ। ইয়াৰ লগে লগে ভাৰতৰ বৈদেশিক মন্ত্রণালয়ে চীনৰ পদক্ষেপক তীক্ষ্ণ সমালোচনা কৰি প্ৰত্যুত্তৰ দিছিল যে চীনে অৰুণাচলৰ যি ১১ টা অঞ্চলৰ নাম সলনি কৰাৰ কথা কৈছে সেইবোৰ ভাৰতীয় ভূ-খণ্ডৰ অবিচ্ছেদ্য অংগ।

তাৰ পূৰ্বেও ২০২৩ৰ আগষ্টত চীন চৰকাৰে ৰাষ্ট্ৰখনৰ মানচিত্ৰত অৰুণাচলক নিজৰ অংশ বুলি উল্লেখ কৰিছিল। উল্লেখ্য যে চীনে অৰুণাচলৰ ভূ-খণ্ডক এতিয়ালৈকে কেতিয়াও ভাৰতীয় ভূ-খণ্ড বুলি স্বীকৃতি দিয়া নাই। চুবুৰীয়া ৰাষ্ট্ৰখনৰ মতে, উত্তৰ-পূব ভাৰতৰ এই প্রদেশখন অধীকৃত তিব্বতৰ দক্ষিণ অংশহে। পূর্বেও চীনে অৰুণাচলৰ বিভিন্ন অংশৰ নাম সলনি কৰিছিল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ARUNACHAL PRADESHBeijing's ClaimDelhi's ResponsePart of China
publisher

publisher

Related Posts

মণ্ডপে মণ্ডপে অঘোষিত প্রতিযোগিতা, পূজাৰ ধৰ্মীয় ৰীতিৰে বিধৌত মহাষষ্ঠী
Assam

October 17, 2026
আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’
News

আকাশলৈ উৰণ টেছলাৰ ৰ’ডষ্টাৰৰ, ভাইৰেল ভিডিঅ’

October 17, 2026
আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি
International

আমেৰিকাৰ বিদ্যালয়ত পুনৰ বন্দুকধাৰীৰ আক্ৰমণ, শিক্ষকসহ নিহত চাৰি

October 17, 2026
ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী
India

ককৰোচ জনতা পাৰ্টিৰ প্ৰতিবাদত অংশ ল’বলৈ আহি বিপাঙত ধ্ৰুৱ ৰাঠী

October 17, 2026
জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী
India

জম্মু-কাশ্মীৰৰ কুপৱাৰাত অনুপ্ৰৱেশৰ চেষ্টা ব্যৰ্থ ,সেনাৰ স’তে হোৱা গুলীয়াগুলীত নিহত দুই সন্ত্ৰাসবাদী

October 17, 2026
ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন
India

ৰাজস্থানত ভয়ংকৰ দুৰ্ঘটনা, সাতজনৰ মৃত্যু, গুৰুতৰভাৱে আহত প্ৰায় ১০জন

October 17, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d