Liquor Sales in Guwahati On Two Days Of Holi Record:মহানগৰীত হোলীৰ দুদিনত সুৰা বিক্ৰীত অভিলেখ

দুদিনত বিক্ৰী হ'ল ১১ কোটি ৮ লাখ টকাৰ সুৰা

liqar

Liquor Sales in Guwahati On Two Days Of Holi Record:

হোলীৰ দুদিনত মহানগৰীত সুৰা বিক্ৰীয়ে অভিলেখ গঢ়ে ৷ ২৫ আৰু ২৬ মাৰ্চৰ দুদিনত গুৱাহাটীত সুৰা বিক্ৰী হয় ১১ কোটি ৮ লাখ টকা ৷

উল্লেখ্য যে,২৫ মাৰ্চৰ দিনটোতো ৬ কোটি ৫ লাখ টকাৰ সুৰা বিক্ৰীৰ বিপৰীতে ২৬ মাৰ্চ সুৰা বিক্ৰী হয় ৪ কোটি ৭ লাখ টকা।

Exit mobile version