ECI:প্ৰথম পৰ্যায়ৰ পাছত দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে জাৰি নির্বাচনী অধিসূচনা জাৰি

eci 3

ECI:

প্ৰথম পৰ্যায়ৰ পাছত আজি দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ বাবে নিৰ্বাচনী অধিসূচনা জাৰি কৰিলে নিৰ্বাচন আয়োগে

ইয়াৰ লগে লগে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ মনোনয়ন দাখিল পর্ব আৰম্ভ হ’ল । মনোনয়ন দাখিলৰ অন্তিম দিন ৪ এপ্রিল । আঠ এপ্ৰিলত মনোনয়ন প্ৰত্যাহাৰৰ অন্তিম দিন ৷

উল্লেখ্য যে,২৬ এপ্রিলত অনুষ্ঠিত হ’ব দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোট গ্ৰহণ ।

Exit mobile version