Noonmati Thief:মহানগৰীৰ ধৰ্মীয় অনুষ্ঠানত চোৰৰ চাফাই অভিযান

নামঘৰ সহ তিনিটা মন্দিৰত চোৰৰ লুটপাত

noonmati police

Noonmati Thief:

মহানগৰীৰ স্মাৰ্ট আৰক্ষীক এক প্ৰকাৰ চেলেন্স দি গভাইত চোৰৰ দলে মহানগৰৰ ভিন্নস্থানত লুটপাত অব্যাহত থকাৰ মাজতে যোৱা নিশা নুনমাটিৰ ফৰেষ্টগেটৰ যুৱনগৰত সংঘটিত হয় চুৰিকাণ্ড

চোৰে যুৱনগৰ নামঘৰৰ পৰা লুটি কৰি নিয়ে নগদ ধনসহ কেতবোৰ সা-সামগ্রী। আনহাতে চোৰে নামঘৰৰ কাষতে থকা লক্ষ্মী মন্দিৰ আৰু শিৱ মন্দিৰতো চোৰে চলাই লুটপাত ৷ দুয়োটা মন্দিৰৰ পৰা বহু মূল্যৱান সা- সামগ্ৰী লুট কৰি নিয়ে ।

ইতিমধ্যে নামঘৰ সহ দুই মন্দিৰৰ পৰিচালনা কমিটিয়ে চুৰিকাণ্ড সন্দৰ্ভত নুনমাটি থানাত দাখিল কৰিছে এজাহাৰ ৷

Exit mobile version