Arjun Bhogeswar Baruah Meets Gaurav Gogoi:নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজতে অৰ্জুন ভোগেশ্বৰ বৰুৱাক সাক্ষাৎ গৌৰৱ গগৈৰ

ভোগেশ্বৰ বৰুৱাক বাসগৃহত সাক্ষাৎ কৰি মতবিনিময় কৰে 

bhugeswar 1

Arjun Bhogeswar Baruah Meets Gaurav Gogoi:

যোৰহাট লোকসভা সমষ্টিৰ কংগ্ৰেছ প্ৰাৰ্থী গৌৰৱ গগৈয়ে নিৰ্বাচনী প্ৰচাৰ অভিযানৰ মাজতে আজি অসমৰ ক্ৰীড়া জগতৰ জীৱন্ত কিংবদন্তী স্বৰুপ অৰ্জুন ভোগেশ্বৰ বৰুৱাক সৌজন্যমূলক সাক্ষাৎ কৰে ৷

বৰুৱাৰ শিৱসাগৰস্থিত বাসগৃহত উপস্থিত হৈ কংগ্ৰেছ প্ৰাৰ্থী গৰাকীয়ে তেখেতৰ স্বাস্থ্যৰ খবৰ লোৱাৰ লগতে মতবিনিময় কৰে ৷ বৰ্ষীয়ান ক্ৰীড়াবিদ গৰাকীৰ পৰা প্ৰয়োজনীয় দিহা-পৰামর্শ বিচাৰে গৌৰৱ গগৈয়ে ৷

Exit mobile version