Handloom Textiles Dept. Against Powerloom Gamocha:ফাঁচী বজাৰত পাৱাৰলুম গামোচাৰ বিৰুদ্ধে হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ অভিযান

শতাধিক পাৱাৰলুম গামোচা জব্দ

gamocha

Handloom Textiles Dept. Against Powerloom Gamocha:

ৰঙালী বিহুৰ প্ৰাকমুহূৰ্তত গুৱাহাটী সহ ৰাজ্যৰ ভিন্ন প্ৰান্তত উভৈনদী হৈ পৰে ফুলাম গামোচা ৷ কিন্ত শিপিনীয়ে প্ৰস্তুত কৰা গামোচাৰ বিপৰীতে একাংশ বহি:ৰাজ্যৰ ব্যৱসায়ীয়ে ফাঁচী বজাৰত সংগোপনে গঢ়ি তুলিছে পাৱাৰলুম গামোচা

কিন্ত পাৱাৰলুম গামোচাৰ বিৰুদ্ধে ৰাজ্য চৰকাৰে গ্ৰহণ কৰিছে কঠোৰস্থিতি ৷ যাৰবাবে আজি হস্ততাঁত বস্ত্ৰ শিল্প বিভাগে ফাঁচী বজাৰত চলাইছে অভিযান ৷ হস্ততাঁত বস্ত্ৰ শিল্প বিভাগৰ নজনীয়া বিষয়া- কৰ্মচাৰীৰ দলে কে’বাখনো বস্ত্ৰ বিপৰীতে অৰ্তকিতে অভিযান চলাই জব্দ কৰে শতাধিক পাৱাৰলুম গামোচা।

Exit mobile version