Mangaldoi:মঙলদৈত গৰিয়া মৰিয়া -দেশী জাতীয় পৰিষদৰ সমূহীয়া ইফতাৰ সম্পন্ন

ifter

Mangaldoi:

মঙলদৈত গৰিয়া মৰিয়া -দেশী জাতীয় পৰিষদৰ সমূহীয়া ইফতাৰ সম্পন্ন। মঙলদৈ ইয়ুথ ক্লাবত অনুষ্ঠিত হোৱা ইফতাৰত জিলা প্ৰসাশনৰ মুৰব্বী সকল,আৰক্ষী প্ৰশাসন, বিভিন্ন সংগঠনৰ নেতৃবৰ্গ ৰ প্ৰায় দুই শতাধিক ৰাইজে অংশগ্ৰহণ কৰে।

পৰিষদৰ জিলা সভাপতি বাবুল মকছেদ আহমেদ আৰু সাধাৰণ সম্পাদক চাহাবুদ্দিন আহমেদে আতধৰা অনুষ্ঠানত অসম গৌৰব বঁটাৰে বিভূষিত উদ্যোগপতি অনুপম ডেকা আৰু পদ্মশ্ৰী দ্ৰোন ভূঞাক সম্বৰ্দ্ধনা জনোৱা হয়।

Exit mobile version