Senior Leader Ramen Barthakur Quits Congress:কংগ্ৰেছত আকৌ মোক্ষম আঘাত

জ্যেষ্ঠ নেতা ৰমেন বৰঠাকুৰৰ দল ত্যাগ

ramen

Senior Leader Ramen Barthakur Quits Congress:

কংগ্ৰেছত দল ত্যাগৰ ধুমুহা অব্যাহত৷ আন এক মোক্ষম আঘাত দলটোত ৷ এপিচিচি জ্যেষ্ঠ মুখপাত্ৰ ৰমেন বৰঠাকুৰৰ আজি সভাপতি ভূপেন বৰালৈ পদত্যাগ পত্ৰ প্ৰেৰণ কৰি দলত্যাগ কৰে ৷

উল্লেখ্য যে,ভূপেন বৰা আৰু দলীয় নেতৃত্বৰ বিৰুদ্ধে তীব্ৰ ক্ষোভ উজাৰি দল ত্যাগ কৰে বৰঠাকুৰে। তেওঁ গুৱাহাটী সংসদীয় সমষ্টিটোৰ বাবে প্ৰাৰ্থিত্বৰ অন্যতম দাবীদাৰ আছিল।

Exit mobile version