Mira Borthakur Nomination Files:গুৱাহাটীত বৃহৎ সমদলৰে মনোনয়ন দাখিল মীৰা বৰঠাকুৰ গোস্বামীৰ

mira borthakur

Mira Borthakur Nomination Files:

গুৱাহাটী সংসদীয় সমষ্টিৰ কংগ্ৰেছৰ প্ৰাৰ্থী মীৰা বৰঠাকুৰ গোস্বামীয়ে আজি মহানগৰীত এক বৃহৎ সমদলৰে আহি দাখিল কৰে মনোনয়ন ৷ মনোনয়ন পত্ৰ দাখিল পৰ্বত গোস্বামীক সংগ দিয়ে ৰাজ্যসভাৰ সাংসদ অজিত কুমাৰ ভূঞা আৰু ৰেকিবুদ্দিন আহমেদ সহ কে’বাজনো জ্যেষ্ঠ কংগ্ৰেছীয়ে ৷

Exit mobile version