Home News Assam UPSC Result :ঘোষণা হ’ল UPSC মূল পৰীক্ষাৰ ফলাফল উজলিল অসমৰ ছয় সন্তান By publisher 2 years Ago ShareShareShareShare UPSC Result : আজি ঘোষণা হ’ল UPSC মূল পৰীক্ষাৰ ফলাফল। মূল পৰীক্ষাত উত্তীৰ্ণ হয় ১০১৬গৰাকী পৰীক্ষাৰ্থী ৷ এইবাৰৰ UPSC ত দেশৰ ভিতৰতে প্ৰথম স্থান অধিকাৰ কৰে লক্ষ্ণৌৰ আদিত্য শ্ৰীবাস্তৱৰ। একেদৰে দ্বিতীয় স্থান দখল কৰে অনিমেশ প্ৰধানে আৰু তৃতীয় স্থান লাভ কৰে অনন্যা দেৱীয়ে। আনহাতে এইবাৰৰ UPSC পৰীক্ষাত উজলি উঠিল অসমৰ ছয় কৃতী সন্তানে ৷ মেধাবী সকল হ’ল ক্ৰমে ১৭২নং স্থানত অভিজ্ঞান হাজৰিকা,২৩০নং স্থানত ৰিকি লহকৰ প্ৰধান, ৩২০নং স্থানত ঈশ্বৰী ডেকা,৫৫২নং স্থানত ভাস্বত শইকীয়া , ৯৯২ নং স্থানত উজলিল কল্লোল হাজৰিকা আৰু ১০১৩ সংখ্যক স্থানত আজমল হুছেইন। উল্লেখ্য যে ১০১৬গৰাকী নিৰ্বাচিত মেধাৱী সকলৰ ভিতৰত ৩৪৭ গৰাকী সাধাৰণ শ্ৰেণীৰ, ১১৫গৰাকী ই ডব্লিউ এছৰ, ৩০৩গৰাকী অবিচি, ১৬৫গৰাকী এছচি, আৰু ৮৬গৰাকী এছটিৰ ৷ Share this: Share on X (Opens in new window) X Share on Facebook (Opens in new window) Facebook Share on LinkedIn (Opens in new window) LinkedIn Share on WhatsApp (Opens in new window) WhatsApp More Share on Pinterest (Opens in new window) Pinterest Share on Telegram (Opens in new window) Telegram Categories: India, Assam, News Tags: assam 5 CANDIDATEUPSC Result Related Content Artificial shortage of LPG Cylinder:মধ্য প্রাচ্যৰ যুদ্ধৰ প্ৰভাৱ ! By publisher March 10, 2026 Sonapur Science City :মহানগৰীৰ পাশ্বৱৰ্তী সোণাপুৰৰ টেপেচীয়াত মুকলি বিজ্ঞান নগৰী By publisher March 10, 2026 Meghalaya:মেঘালয়ৰ পশ্চিম গাৰো হিলছ স্বায়ত্ত শাসিত জিলা পৰিষদৰ নির্বাচনক লৈ উত্তেজনা ! By publisher March 10, 2026 Dilip Saikia:তৃতীয় পক্ষৰ বিভ্ৰান্তিকৰ অপ-প্ৰচাৰত ভোল নাযাবলৈ আহ্বান ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াৰ By publisher March 10, 2026 AIUDF Candidate List Announced:এআইইউডিএফে ঘোষণা কৰিলে প্ৰথম খন নজনীয়া প্ৰাৰ্থী তালিকা By publisher March 10, 2026 Heroin Seized:ড্ৰাগছৰ বিৰুদ্ধে পাণবাৰী আৰু বিজনী আৰক্ষীৰ বৃহৎ সফলতা By publisher March 10, 2026