Petrol And Diesel Prices Have Soare:চুবুৰীয়া  দেশত আকাশলংঘী মূল্যবৃদ্ধি পেট্র’ল আৰু ডিজেলৰ,ত্ৰিশতকৰ দুৱাৰদলিত

pakistan

Petrol And Diesel Prices Have Soare:

১৬ দিনৰ পাছত পাকিস্তানত পুনৰ পেট্র’ল আৰু ডিজেলৰ মূল্য বৃদ্ধি পালে। আজি প্রতি লিটাৰ পেট্ৰ’লৰ মূল্য ৪.৫৩ টকা বৃদ্ধিৰ ফলত ২৯৩.৯৪ পাকিস্তানী টকা হ’ল।

ADVERTISEMENT

আনহাতে, হাই স্পীড ডিজেলৰ প্ৰতি লিটাৰৰ মূল্য আজি ৮.১৪ টকা বৃদ্ধি পোৱাৰ ফলত ২৯০.৩৮ টকা হ’ল। ইফালে দেশখনত কেৰাচিনৰ প্ৰতি লিটাৰৰ মূল্য ৬.৬৯ টকা বৃদ্ধি পোৱাৰ ফলত ১৯৩.৮ টকা হ’ল। ইৰান আৰু ইজৰাইলৰ শেহতীয়া সংঘাতৰ ফলত পাকিস্তানত ইন্ধনৰ মূল্য পুনৰ বৃদ্ধি পালে।

Exit mobile version