Drug Seized With Paddler Arrested:নিউ বঙাইগাঁও জংচনত আৰক্ষীৰ অভিযানত ড্ৰাগছ সহ সৰবৰাহকাৰী আটক

drugs

Drug Seized With Paddler Arrested:

লোকসভা নিৰ্বাচনৰ ব্যাপক কুজকাৱাজ অব্যাহত থকাৰ মাজতে একাংশ ড্ৰাগছ সৰবৰাহকাৰীয়ে সংগোপনে মুৰ দাঙি উঠিছে ৷

কিন্ত ড্ৰাগছ সৰবৰাহকাৰীৰ বিৰুদ্ধে শেহতীয়াকৈ আৰক্ষী হৈ পৰিছে কঠোৰ ৷ আজি নিউ বঙাইগাঁও জংচনত আৰক্ষীয়ে গোপন সূত্ৰৰ পমখেদি অৰ্তকিতে অভিযান চলাই এজন সৰবৰাহকাৰীক ড্ৰাগছ সহ আটক কৰে ৷

৭টা চাবোনৰ বাকচত থকা ড্ৰাগছৰ লগতে ম’বাইল আৰু আধাৰ কাৰ্ড জব্দ কৰে আৰক্ষীয়ে ৷ ধৃত ড্ৰাগছ সৰবৰাহকাৰীটোৰ নাম বেনেছ আলী।

Exit mobile version