IPS Sanjukta Parashar Appointed As IGP Of CID:ডেপুটেছনত থকা আই পি এছ সংযুক্তা পৰাশৰ উভতিল অসমলৈ

IPS Sanjukta Parashar Appointed As IGP Of CID:

দীৰ্ঘসময়ৰ বাবে কেন্দ্ৰীয় ডেপুটেশ্যনত নিয়াত নিয়োজিত হৈ থকা দক্ষ আই পি এছ বিষয়া সংযুক্তা পৰাশৰ উভতিল নিজ গৃহৰাজ্য অসমলৈ ৷

ইতিমধ্যে আই পিএছ বিষয়া গৰাকীক চি আই ডিৰ মহাপৰিদৰ্শক ( আই জি পি) ৰূপে নিযুক্তি দিয়ে ৰাজ্যৰ গৃহ বিভাগে ৷

Exit mobile version