Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    ১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

    দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

    মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

    ‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

    শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

    জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

    জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    দেওবাৰৰ পৰা ছলমানৰ হিন্দী ‘বিগ বছ ২০’

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    আখৰা নকৰাকৈয়ে মঞ্চায়ন  এটি প্ৰেমৰ গল্প

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    লণ্ডন নতুন ঠিকনা হ’ল বিৰাট-অনুষ্কাৰ

    ২০২৬ ৰ আটাইতকৈ লাভজনক ছবি নহয় ‘ধুৰন্ধৰ ২’, নিৰ্মাণ ব্যয়ৰ তুলনাত ২০ গুণতকৈও অধিক আয় ‘হনুমান আনছা’ৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সাৱধান, এই ভুলৰ বাবে আপোনাৰ ইউটিউব চেনেল বন্ধ হৈ যাব পাৰে

    পুৰণি কাপোৰত নতুন সপোন, সৃষ্টিশীলতাৰে স্বাৱলম্বী নাৰী

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    ফল এটা ফ্রীজত কিমান দিন ৰখাটো নিৰাপদ

    হঠাতে গেছৰ গোন্ধ বা শিখাৰ পৰিৱৰ্তন? ৰেগুলেটৰত এই চিন দেখা পালে সাৱধান হওক

    সাগৰৰ পানীৰে ৪৮শ কিলোমিটাৰ যাত্ৰাৰ পাছতো অক্ষত থাকে

    ভ্রাতৃৰ সোঁ হাততে কিয় ৰাখী পিন্ধোৱা হয়?

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

APSC SCAM:জালিয়াতিৰে এপিএচ পদ লাভ কৰাৰ অভিযোগত চি আই ডি কাৰ্যালয়ত উপস্থিত ফাৰুক আহমেদ আৰু অসীমা কলিতা

publisher by publisher
December 7, 2023
in Assam, Crime, India, News
Reading Time: 2 mins read
0
APSC SCAM:জালিয়াতিৰে এপিএচ পদ লাভ কৰাৰ অভিযোগত চি আই ডি কাৰ্যালয়ত উপস্থিত ফাৰুক আহমেদ আৰু অসীমা কলিতা
2
SHARES
23
VIEWS
ShareShareShareShare

RelatedPosts

APSC:এপিএছচিৰ ৩৪ বিষয়াৰ বিচাৰৰ ধাৰা আৰোপৰ শুনানি আৰম্ভ

Sivsagar:মানসজ্যোতি চেতিয়াৰ ৰহস্যজনক মৃত্যুৰ তদন্তৰ বাবে গঠন হ’ল এছআইটি

Cyber Fraud & Illegal SIM Racket:চাইবাৰ আৰক্ষীৰ জালত পাঁচ কুখ্যাত চাইবাৰ অপৰাধী

APSC SCAM:

বক্ৰপথেৰে এপিএচ পদ লাভ কৰা ৰাজপত্ৰিত বিষয়াৰ বিৰুদ্ধে মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ কঠোৰ স্থিতি লোৱাৰ পাছতে চি আই ডিৰ বিশেষ তদন্তকাৰী গোটে তীব্ৰ অভিযান চলাই ইতিমধ্যে লাভ কৰা তথ্যৰ ভিত্তিত এজনকৈ এজনকৈ তলৱ কৰিছে বহু কেইজন ৰাজপত্ৰিত বিষয়াক ৷

ADVERTISEMENT

প্ৰতিদিনে চিআইডি কাৰ্যালয়ত উপস্থিত হোৱা ৰাজপত্ৰিত বিষয়াক মাৰাথন জেৰা অব্যাহত ৰাখিছে এছ আই টিয়ে। বৃহস্পতিবাৰে এছ আই টিয়ে তলৱ কৰা অনুসৰি এপিএছ বিষয়াদ্বয় ফাৰুক আহমেদ আৰু অসীমা কলিতা হাজিৰ হয় চিআই ডিৰ কাৰ্যালয়ত ৷

প্ৰাপ্ত খবৰ অনুসৰি ফাৰুক আহমেদ আৰু অসীমা কলিতাই পৰীক্ষাৰ নম্বৰ বৃদ্ধি কৰি বক্ৰপথৰে লাভ কৰিছিল এপিএছ চাকৰি ৷ নলবাৰীৰ প্ৰাক্তন কংগ্ৰেছী বিধায়ক প্ৰয়াত মদন কলিতাৰ জীয়ৰী অসীমা কলিতাই এপিএছ চি পৰীক্ষাত ঐচ্ছিক বিষয়ত ৩৬ নম্বৰৰ প্ৰয়োজন হৈছিল।

কিন্ত তেওঁৰ শিক্ষাতত্বৰ উত্তৰ বহীত ৯৮ নম্বৰ লাভ কৰিছিল৷যাৰ ফলত বৃদ্ধি কৰি ১৩৪ নম্বৰ দিয়া হৈছিল। একেদৰে ফাৰুক আহমেদৰ উত্তৰ বহীত বঢ়াই দিয়া হৈছিল ৭৬ নম্বৰ ৷তেওঁ এপিএছচি পৰীক্ষাত মুঠ নম্বৰ পাইছিল ৬৯০ নম্বৰ ৷ কিন্ত পিছদুৱাৰেদি এই নম্বৰ বৃদ্ধি কৰি দিয়া হয়গৈ ৭৮৬ নম্বৰ ৷

উল্লেখ্য যে,পাল সেনা বাহিনীৰ বিয়াগোম জালিয়তি তদন্ত কৰি পোহৰলৈ আনিছিল অৱসৰপ্ৰাপ্ত ন্যায়াধীশ বিপ্লৱ কুমাৰ শৰ্মা আয়োগে ৷ আয়োগে ৰাজ্য চৰকাৰৰ হাতত তুলি দিয়া দস্তাবেজত ৩৪ জন ৰাজপত্ৰিত বিষয়াই বক্ৰপথৰে চাকৰি লাভৰ সকলো তথ্য সন্নিৱিষ্ট কৰিছিল ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Aps Officer Ashima kaLitaAPS Officer Faroq AhmedAPSC ScamCIDInterrogationSIT
publisher

publisher

Related Posts

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা
Entertainment

১১ কেজি ওজন বাঢ়িছে, সন্তানৰ অপেক্ষাত ছামান্থা

September 6, 2026
দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা
Assam

দেওথৰৰ শনিবৰীয়া বজাৰে কঢ়িয়াই লৈ ফুৰিছে গ্ৰাম্য অসমৰ সৰল অথচ শক্তিশালী জীৱনগাথা

September 6, 2026
মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ
International

মানুহৰ মূত্ৰই গলালে মাউন্ট এভাৰেষ্টৰ এটা হিমবাহ

September 6, 2026
‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ
International

‘ডাঙৰ’ হৈছে আফ্রিকা-আকাৰ ক্ষুদ্ৰ হ’ল উত্তৰ আমেৰিকাৰ

September 6, 2026
শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে
International

শিক্ষাত কৃত্রিম বুদ্ধিমত্তা নিষিদ্ধ কৰিলে চিকাগো বিশ্ববিদ্যালয়ে

September 6, 2026
জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?
India

জিডিপি ৭.৮ শতাংশ নে ২.৬ শতাংশ?

September 6, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d