Kaziranga:
কাজিৰঙাৰ গেলেকীৰ পৰা সন্ধানহীন এগৰাকী যুৱতী ৷ নিৰুদ্দিষ্ট হোৱা যুৱতী গৰাকী হ’ল ৰেণু কলিতা।
যোৱা ১৯ এপ্ৰিলৰ পৰা নিৰুদ্দেশ হৈ আছে ৰেণু কলিতা। ইতিমধ্যে পৰিয়ালৰ লোকে যুৱতী গৰাকীৰ নিৰুদ্দেশৰ সন্দৰ্ভত কঁহৰা আৰক্ষী চকীত দাখিল কৰিছে এজাহাৰ ।
ADVERTISEMENT