Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025

    তামিলনাডুত নতুন যুগৰ সূচনা! 

    দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

    ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ

    বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

    মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

    অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    বিনা অনুমতিত ফটো তোলা অপছন্দ প্ৰীতিৰ

    ২০২৬ত বলিউডৰ সৰ্বাধিক গ্ৰহণকাৰী অভিনেত্রী প্রিয়ংকা, দ্বিতীয় স্থানত আলিয়া

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    এতিয়া ছিমৰনৰ দিন নাই: কাজল

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    সৰিয়হৰ নে ৰিফাইন তেল? কোনটো বেছি নিৰাপদ?

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    ওঁঠ গোলাপী কৰিবলৈ ঘৰুৱা উপায়

    গৰমত আপুনি অতিপাত ঘামি থাকে নেকি? ছাল সতেজ ৰাখিবলৈ ঘৰুৱা সহজ উপায়

    ওজন হ্ৰাসৰ বাবে চাৰিটা জাপানী খোজকঢ়াৰ কৌশল

    সাৱধান! যিকোনো মুহূৰ্ততে বোমাৰ দৰে বিস্ফোৰণ হ’ব পাৰে ফ্ৰীজৰ

    কলৰ খোলাৰে আপোনাৰ চুলিক ৰেচমী জিলিকনি দিয়ক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home India

Mera Pehle Vote Desh Ke Liye:নিৰ্বাচনত যুৱক-যুৱতীসকলৰ সাৰ্বজনীন অংশগ্ৰহণ নিশ্চিত কৰাৰ উদ্দেশ্যে

শিক্ষা মন্ত্ৰালয়ে সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহত "মেৰা পেহলা ভোট দেশ কে লিয়ে" কাৰ্যসূচী

publisher by publisher
February 28, 2024
in India, News
Reading Time: 1 min read
0
Mera Pehle Vote Desh Ke Liye:নিৰ্বাচনত যুৱক-যুৱতীসকলৰ সাৰ্বজনীন অংশগ্ৰহণ নিশ্চিত কৰাৰ উদ্দেশ্যে
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

E-Production Investment Business Visa:কূটনৈতিক যুঁজৰ মাজতে চুবুৰীয়া চীনৰে ভাৰতৰ অৰ্থনৈতিক সম্পৰ্ক !

Canada:এইবাৰ ভাৰতীয় শিক্ষাৰ্থীৰ ৮০ শতাংশৰ ভিছা নাকচ কানাডাৰ

Dr.Bhupen Hazarika :জন্ম শতবৰ্ষত প্ৰাকমুহূৰ্তত সুধাকণ্ঠ ড:ভূপেন হাজৰিকাক বিশেষ সন্মান কেন্দ্ৰৰ, সুধাকণ্ঠৰ নামত এশটকীয়া মুদ্রা

Mera Pehle Vote Desh Ke Liye:

নিৰ্বাচনত যুৱ প্ৰজন্মৰ ভোটদাতাসকলৰ ‘সাৰ্বজনীন প্ৰবুদ্ধ অংশগ্ৰহণ’ নিশ্চিত কৰাৰ লক্ষ্যৰে শিক্ষা মন্ত্ৰালয়ে ২৮ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ “মেৰা পেহলা ভোট দেশ কে লিয়ে” শীৰ্ষক কাৰ্যসূচী অনুষ্ঠিত কৰিব।

ADVERTISEMENT

কেন্দ্ৰীয় শিক্ষা আৰু দক্ষতা বিকাশ তথা উদ্যোগ দপ্তৰৰ মন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানে দেশৰ যুৱপ্ৰজন্মক তেওঁলোকৰ কণ্ঠস্বৰ সকলোৱে শুনাকৈ ধ্বনিত কৰিবলৈ আহ্বান জনায়। প্ৰসংগক্ৰমে তেওঁ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে যুৱ প্ৰজন্ম আৰু প্ৰথমবাৰৰ বাবে ভোট দিবলৈ ওলোৱাসকলক বৃহৎ সংখ্যাত ওলাই আহি ভোটাধিকাৰ সাব্যস্ত কৰিবলৈ জনোৱা আহ্বানৰ কথা উল্লেখ কৰে।

দেশৰ সকলো উচ্চ শিক্ষা প্ৰতিষ্ঠানক ২৮ ফেব্ৰুৱাৰীৰ পৰা ৬ মাৰ্চলৈ তেওঁলোকৰ চৌহদসমূহত ব্যাপক ভোটাৰ সজাগতামূলক কাৰ্যক্ৰম অনুষ্ঠিত কৰিবলৈ নিৰ্দেশ দিছে বুলি তেওঁ জানিবলৈ দিয়ে। এই কাৰ্যক্ৰমত যুৱ শক্তিক উৎসাহিত কৰিবলৈ, তেওঁলোকক ভোটদানৰ গুৰুত্ব উপলব্ধি কৰিবলৈ, সকলো দিশ চালি জাৰি চাই বাছনি কৰিবলৈ আৰু অধিক প্ৰতিনিধিত্বমূলক গণতন্ত্ৰৰ বাবে নিৰ্বাচনী প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিবলৈ প্ৰবুদ্ধ কৰাৰ প্ৰয়াস কৰা হ’ব।

এই উদ্যোগৰ মুখ্য উদ্দেশ্য হৈছে যুৱ ভোটাৰসকলক ওলাই আহি ভোট দিবলৈ আহ্বান জনোৱা আৰু দেশৰ বৃহত্তৰ কল্যাণৰ বাবে ভোটদানৰ গুৰুত্ব অৱগত কৰা। এই পদক্ষেপে নিৰ্বাচনৰ গুৰুত্ব আৰু বিশ্বৰ সৰ্ববৃহৎ গণতন্ত্ৰিক দেশখনত ভোটদানৰ গৌৰৱকে প্ৰতীয়মান কৰিছে।

সমগ্ৰ দেশৰ উচ্চ শিক্ষানুষ্ঠানসমূহে এই উদ্যোগত অংশগ্ৰহণ কৰিব। বিশ্ববিদ্যালয়/ মহাবিদ্যালয়/ উচ্চ শিক্ষাৰ প্ৰতিষ্ঠানসমূহ-ত নিৰ্ধাৰিত স্থান চিনাক্ত কৰা হ’ব য’ত সংশ্লিষ্ট প্ৰতিষ্ঠানৰ দ্বাৰা ভোটাৰ সজাগতা সম্পৰ্কীয় কাৰ্যকলাপ হাতত লোৱা হ’ব। এই উদ্যোগৰ অধীনত ‘মাইগভ প্লেটফৰ্ম’ত ব্যৱহাৰিক কাৰ্যক্ৰম আৰু ‘অনলাইন’ প্ৰতিযোগিতাও অনুষ্ঠিত কৰিব।

সমল সৃষ্টিত তেওঁলোকৰ সৃষ্টিশীলতা প্ৰদৰ্শিত কৰিব পৰাকৈ ‘ব্লগ’ লিখনি, ‘পডকাষ্ট’, বিতৰ্ক, প্ৰবন্ধ লিখন, কুইজ, আকস্মিক বক্তৃতা, ‘বেটেল অব বেণ্ডছ’ আদি প্ৰতিযোগিতাকে ধৰি বিভিন্ন কাৰ্যসূচী অনুষ্ঠিত কৰা হ’ব। ভোটদানৰ গুৰুত্ব, নিৰ্বাচনী প্ৰক্ৰিয়া সম্পৰ্কে অৱগত হোৱাত গুৰুত্ব আৰোপ কৰি বাৰ্তালাপমূলক কৰ্মশালা আৰু আলোচনাচক্ৰসমূহো প্ৰতিষ্ঠানসমূহত আয়োজন কৰা হ’ব। তদুপৰি, এই প্ৰচাৰে যুৱসকলক নিৰ্বাচনী প্ৰক্ৰিয়াৰ প্ৰতি তেওঁলোকৰ প্ৰতিশ্ৰুতিবদ্ধতা অধিক দৃঢ় কৰিবলৈ https://ecisveep.nic.in/pledge/ বিভাগীয় ৱে’বছাইটত ভোটাৰৰ সন্মতি ল’বলৈ উৎসাহিত কৰিব। তেওঁলোকক ‘ভোটাৰ হেল্পলাইন এপ’ ডাউনলোড কৰিবলৈও উৎসাহিত কৰা হ’ব।

ব্যাপক প্ৰসাৰৰ বাবে ‘মাই গভ’ পৰ্টেলত নথিভুক্ত কাৰ্যকলাপৰ জৰিয়তে ‘এনএছএছ’ আৰু ইয়াৰ স্বেচ্ছাসেৱকসকলে শিক্ষানুষ্ঠানসমূহত কাৰ্যসূচীটোৰ নেতৃত্ব দিব। শিক্ষানুষ্ঠানৰ ক্লাবসমূহেও এই অভিযানত অংশগ্ৰহণ কৰিব।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Central Education MinistryGovt Of IndiaMera Pehle Vote Desh Ke Liye
publisher

publisher

Related Posts

India

তামিলনাডুত নতুন যুগৰ সূচনা! 

May 10, 2026
দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 
Assam

দ্বিতীয়বাৰৰ বাবে ৰাজ্যৰ মুখ্যমন্ত্ৰী হিচাপে দায়িত্ব গ্ৰহণ কৰিব ড০ হিমন্ত বিশ্ব শৰ্মাই 

May 10, 2026
ট্ৰাম্পৰ শুল্ক নীতিত আদালতৰ পুনৰ কোব! ‘অবৈধ’ ঘোষণা ১০% আমদানি কৰ
News

May 8, 2026
বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন
India

বিজেপি বিধায়কৰ পৰা নীতি আয়োগৰ ভাইচ চেয়াৰমেন

May 8, 2026
মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ
News

মোজাম্বিক LNG প্ৰকল্পত পুনৰ গতি: ইন্ধন সুৰক্ষাৰ দিশে ভাৰতৰ বৃহৎ কৌশলগত পদক্ষেপ

May 8, 2026
অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!
India

অস্ত্ৰত আত্মনিৰ্ভৰ ভাৰত, কিন্তু শিক্ষাত শোচনীয় ছবি!

May 8, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d