Priyanka Gandhi to visit Dhubri On May 1 :১মে’ত ধুবুৰীলৈ প্ৰিয়ংকা গান্ধী ৰকিবুল হুছেইনৰ হৈ নেত্ৰী গৰাকীয়ে চলাব প্ৰচাৰ

pianka

Priyanka Gandhi to visit Dhubri On May 1 :

লোকসভা নিৰ্বাচনৰ তৃতীয় পৰ্যায়ৰ প্ৰচাৰিভাযানৰ ব্যাপক কুজকাৱাজৰ মাজতে ধুবুৰীত নিৰ্বাচনী প্ৰচাৰ চলবালৈ আহিব কংগ্ৰেছৰ সাধাৰণ সম্পাদিকা প্ৰিয়ংকা গান্ধীয়ে

ADVERTISEMENT

উল্লেখ্য যে,সমষ্টিটোৰ বালাজানত আয়োজিত জনসভাত অংশ ল’ব কংগ্ৰেছ নেত্ৰীগৰাকীয়ে। ইয়াৰ পূৰ্বে কংগ্ৰেছৰ শীৰ্ষ নেত্ৰী গৰাকী দুই মে’ত অহাৰ কথা আছিল যদিও পূৰ্বৰ সূচী সাল-সলনি কৰি এতিয়া এক মে’ত ধুবুৰীত কংগ্ৰেছৰ ৰণশিঙা বজাব ৷

Exit mobile version