U S Has Secretly Supplied Ukraine With Ballistic Missiles:মাৰ্কিন যুক্তৰাষ্ট্ৰই সংগোপনে ইউক্ৰেইননক দিলে বেলিষ্টিক ক্ষেপণাস্ত্ৰ

belestric

U S Has Secretly Supplied Ukraine With Ballistic Missiles:

ইউক্রেইনৰ ৰাছিয়াৰ দখলত থকা অঞ্চলত প্রথমবাৰলৈ দীর্ঘ দূৰত্বভেদি ক্ষমতা সম্পন্ন বেলিষ্টিক ক্ষেপণাস্ত্রৰি আক্রমণ চলালে। যোৱা মঙল আৰু বুধবাৰৰ নিশা ইউক্রেইনৰ সেনাবাহিনীয়ে ক্রিমিয়াস্থিত ৰাছিয়াৰ সেনাবাহিনীৰ বিমানঘাটি আৰু অন্যান্য অঞ্চলক বেলিষ্টিক ক্ষেপণাস্ত্রৰে আক্রমণৰ লক্ষ্য হিচাপে লৈছিল।

আমেৰিকাৰ প্ৰতিৰক্ষা বিভাগৰ বিষয়াই আন্তঃৰাষ্ট্ৰীয় সংবাদ মাধ্যমৰ আগত সদৰী কৰা অনুসৰি, ৱাশ্বিটনে বেলিষ্টক ক্ষেপণাস্ত্র অতি গোপনে ইউক্রেইনলৈ প্রেৰণ কৰিছিল আৰু এই ক্ষেপণাস্ত্রৰে শেহতীয়াভাবে কীভে ৰুছ অধিকৃত অঞ্চলত আঘাত হানিলে। তদুপৰি ৰাছিয়াৰ লিপেক্স অঞ্চলত থকা এটা বৃহৎ তীখা উৎপাদন  কাৰখানাতো ইউক্রেইনৰ সেনাবাহিনীয়ে ড্র’নৰে আক্রমণ কৰা ক্ষতিগ্রস্ত কৰিলে । আমেৰিকাৰ পৰা ইউক্রেইনে আহৰণ কৰা এই ক্ষেপণাস্ত্র ৩০০ কিলোমিটাৰ দূৰত্বভেদি ক্ষমতাসম্পন্ন।

Exit mobile version