Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

    স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

    Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

    আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

    Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

    পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News International

North Korea : সমুদ্রত ক্ষেপণাস্ত্র ‘যুদ্ধ’ দুই কোৰিয়াৰ

বাসিন্দাসকলক দ্রুত স্থানান্তৰ নিৰাপদ অঞ্চলত

publisher by publisher
November 2, 2022
in International, News
Reading Time: 1 min read
0
North Korea : সমুদ্রত ক্ষেপণাস্ত্র ‘যুদ্ধ’ দুই কোৰিয়াৰ
2
SHARES
22
VIEWS
ShareShareShareShare

RelatedPosts

নৌসেনাক শক্তিশালী কৰিবলৈ অত্যাধুনিক যুদ্ধজাহাজ নিৰ্মাণ কৰিছে উত্তৰ কোৰিয়াই! 

62 Lakh if She Gives Birth to a Child:সন্তান জন্ম দিলে লাভ কৰিব ৬২ লাখ টকা !

North Korea Tests Nuclear Weapons Underwater:এইবাৰৰ সমুদ্রত আতংক বিয়পাব উত্তৰ কোৰিয়াই

North Korea :

ক্ষেপণাস্ত্রৰ উত্তৰ ক্ষেপণাস্ত্র ! সাম্প্রতিক উত্তেজিত পৰিস্থিতিত এয়ে প্রথমবাৰ উত্তৰ কোৰিয়াৰ নিক্ষেপৰ ‘প্ৰতিশোধ’ ল’লে দক্ষিণ কোৰিয়াই ।

ADVERTISEMENT

বুধবাৰে পিয়ংইয়ঙে নিক্ষেপ কৰা এটা বেলিষ্টিক ক্ষেপণাস্ত্র দক্ষিণ কোৰিয়াৰ উপকূলৰ ৬০ কিলোমিটাৰৰ ভিতৰত পৰাৰ পাছতেই দ্রুত প্ৰত্যুত্তৰ ক্ষেপণাস্ত্র নিক্ষেপ কৰে ছিৱলে । ঘটনাৰ ফলত নতুনকৈ উত্তেজনা সৃষ্টি হৈছে কোৰিয়া উপদ্বীপ অঞ্চলত । উত্তৰ কোৰিয়াৰ ক্ষেপণাস্ত্র পৰীক্ষাৰ পাছতেই দক্ষিণ কোৰিয়া চৰকাৰে উপকূলৱর্তী বিভিন্ন অঞ্চলত যান-বাহন চলাচল সাময়িকভাৱে বন্ধ কৰি দিয়ে । বাসিন্দাসকলক ‘নিৰাপদ অঞ্চলত’ স্থানান্তৰ কৰা হয় । দক্ষিণ কোৰিয়াৰ চৰকাৰী টিভি-ত দ্রুত উপকূলৰ বাসিন্দাসকলক স্থানান্তৰ কৰাৰ বার্তা দিয়া হয় ।

সংবাদ সংস্থা ৰয়টাৰ্ছে জনাইছে, বুধবাৰে বেচ কিছু বেলিষ্টিক ক্ষেপণাস্ত্রৰ পৰীক্ষামূলক উৎক্ষেপণ কৰে উত্তৰ কোৰিয়াই । ইয়াৰ মাজৰে এটা দক্ষিণ কোৰিয়াৰ উলেংড’ৰ দ্বীপৰ জলসীমাৰ কাষত পৰে । ইয়াৰ পাছতে উলোটাই উত্তৰ কোৰিয়াৰ জলসীমা লক্ষ্য কৰি ক্ষেপণাস্ত্র নিক্ষেপ কৰে দক্ষিণ কোৰিয়াই । ৫০ৰ দশকত কোৰিয়া যুদ্ধৰ পাছত এয়ে প্রথম বিতর্কিত সমুদ্রসীমাত অস্ত্র নিক্ষেপৰ ঘটনা সংঘটিত হ’ল ।

উত্তৰ কোৰিয়াৰ একনায়ক কিম জং উনৰ বিৰুদ্ধে বুধবাৰে আগ্রাসনৰ অভিযোগ উত্থাপন কৰিছে দক্ষিণ কোৰিয়াৰ ৰাষ্ট্ৰপতি ইয়ুন ছুক ইওলে । তেওঁ কয়, ‘‘পৰিকল্পিতভাৱে জলসীমা দখলৰ চেষ্টা কৰিছে উত্তৰ কোৰিয়াই ।’’ প্রসংগত, পিংয়ংইয়ঙে নিক্ষেপ কৰা ক্ষেপণাস্ত্রটো য’ত পৰিছে, সেই অঞ্চলৰ জলসীমাক লৈ দীর্ঘ দিন ধৰি দুই দেশেৰ বিৰোধ আছে ।

প্রসংগত, চলিত মাহৰ আৰম্ভণিতে জাপানৰ ভূখণ্ডৰ ওপৰেৰে এটা মজলীয়া জোখৰ বেলিষ্টিক ক্ষেপণাস্ত্র নিক্ষেপ কৰে উত্তৰ কোৰিয়াই । উত্তৰ-পূব জাপান অতিক্রম কৰি ক্ষেপণাস্ত্রটো প্রশান্ত মহাসাগৰত পৰে । উত্তৰ কোৰিয়াৰ এই ক্ষেপণাস্ত্র পৰীক্ষাৰ ‘প্ৰত্যুত্তৰ’ত জাপান সাগৰত চাৰিটা ক্ষেপণাস্ত্র নিক্ষেপ কৰে আমেৰিকা আৰু তেওঁলোকৰ মিত্র দেশ দক্ষিণ কোৰিয়াই ।

ইয়াৰ পাছৰ পৰা একাধিকবাৰ ক্ষেপণাস্ত্র পৰীক্ষা কৰিছে পিয়ংইয়ঙে । উত্তৰ কোৰিয়াৰ চৰকাৰী সংবাদমাধ্যম ‘কোৰিয়ান চেন্ট্রেল নিউজ এজেন্সি’য়ে সম্প্রতি জনাইছে, পৰমাণু আক্ৰমণৰ ক্ষমতা পৰ্যবেক্ষণ কৰাৰ উদ্দেশ্যেই বিভিন্ন ক্ষেপণাস্ত্রৰ পৰীক্ষা কৰা হৈছে ।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Ballistic MissileKim Jong-unNorth KoreaSouth Korea
publisher

publisher

Related Posts

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ
Assam

বৃহৎ বান্ধ বিৰোধী হিংসাত্মক প্রতিবাদ

October 1, 2026
স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা
News

স্বৰ্ণ জয়ৰ দুৱাৰৰ্ডলিত অসম কন্যা লাভলীনা

October 1, 2026
Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ
Assam

Zubeen garg case:জামিন লাভ জুবিন গাৰ্গ দুই দেহৰক্ষীৰ

September 29, 2026
আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী
International

আমেৰিকা যোৱাৰ সপোন, ইথিওপিয়াত অপহৰণ তিনি ভাৰতীয়ৰ; ১ কোটি টকা মুক্তিপণ দাবী

September 29, 2026
Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !
Assam

Nagaon:নগাঁৱৰ উপ- নিৰ্বাচনৰ গৰম বতাহৰ মাজতে হিমন্ত – গৌৰৱৰ বাকযুদ্ধ !

September 29, 2026
পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি
Assam

পলাশবাৰীৰ ৰামপুৰত ককৰোচ জনতা পাৰ্টীৰ সদস্য আৰু স্থানীয় ৰাইজৰ মাজত উত্তপ্ত পৰিস্থিতি

September 29, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d