Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Mallikarjun Kharge Pressmeet In Guwahati:গুৱাহাটীত উপস্থিত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গেৰ

বৰঝাৰৰ হোটেল কিৰণশ্ৰীত সংবাদমেল সম্বোধন কৰি বিজেপিৰ বিৰুদ্ধে সোচ্ছাৰ খার্গে

publisher by publisher
April 27, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Mallikarjun Kharge Pressmeet In Guwahati:গুৱাহাটীত উপস্থিত কংগ্ৰেছৰ ৰাষ্ট্ৰীয় সভাপতি মল্লিকার্জুন খার্গেৰ
1
SHARES
8
VIEWS
ShareShareShareShare

Mallikarjun Kharge Pressmeet In Guwahati:

দেশৰ তৃতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ব্যাপক কুজকাৱাজৰ মাজতে অসমৰ চাৰি দলীয় প্ৰাৰ্থীৰ হৈ প্ৰচাৰাভিযানৰ বাবে শনিবাৰে দুপৰীয়া গুৱাহাটীত আহি উপস্থিত হয় অখিল ভাৰতীয় কংগ্ৰেছ কমিটিৰ ৰাষ্ট্ৰীয় অধ্যক্ষ মল্লিকার্জুন খার্গে ৷

ADVERTISEMENT

দিনজোৰা কাৰ্যসূচীৰে গুৱাহাটীত উপস্থিত হোৱা কংগ্ৰেছ সভাপতি গৰাকীক বৰঝাৰ বিমানকোঠত উস্ম আদৰণি জনায় কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ প্ৰভাৰী জীতেন্দ্ৰ সিং আৰু এপিচিচিৰ সভাপতি ভূপেন বৰাই ৷

RelatedPosts

AAP reacts to Kejriwal’s Re-Arrest:কেজৰিৱালক পুনৰ গ্ৰেপ্তাৰ সন্দৰ্ভত আপৰ প্ৰতিক্ৰিয়া

Cm Pressmeet In Tinsukia:তিনিচুকীয়াত অনুষ্ঠিত কেবিনেটত গুৰুত্বপূৰ্ণ সিদ্ধান্ত

আনহাতে, বিমানকোঠৰ পৰা পোনে পোনে কংগ্ৰেছ সভাপতি গৰাকী উপস্থিত হয় বৰঝাৰৰ বিমানকোঠৰ সমীপস্থ হোটেল কিৰণশ্ৰীত ৷ ইয়াতে আয়োজিত এক সংবাদমেল সম্বোধন কৰি ৰাষ্ট্ৰীয় সভাপতি গৰাকীয়ে বিজেপিৰ বিৰুদ্ধে সোচ্ছাৰ হৈ পৰে ৷

দেশৰ গণতন্ত্র আৰু সংবিধান ৰক্ষাৰ বাবে কংগ্ৰেছে অহৰহ যুঁজ অব্যাহত ৰাখিছে বুলি মন্তব্য কৰি কয় কংগ্ৰেছে ইতিমধ্যে মুকলি কৰা নিৰ্বাচনী ইস্তাহাৰত পাঁচটা ন্যায় প্রদানৰ প্রতিশ্রুতি দিয়াৰ সমান্তৰালভাৱে জনতাক দিছে ২৫টা গেৰাণ্টি ৷ কংগ্ৰেছ দলে দলীয় ইস্তাহাৰত উল্লেখ কৰা প্রতিশ্রুতি আৰু গেৰাণ্টি আখৰে আখৰে ৰূপায়ণ কৰিব ৷

আনহাতে সংবাদমেলত খাৰ্গেয়ে প্রধানমন্ত্রী মোদীক তীব্ৰ সমালোচনা কৰি কয় যে, যোৱা দহটাবৰ্ষত দেশৰ শাসনত থকা প্রধানমন্ত্রী নৰেন্দ্ৰ মোডী ইতিপূৰ্বে তেওঁলোকে জনতাক দিয়া সকলো প্রতিশ্রুতি পালনত সম্পূৰ্ণৰূপে ব্যর্থ হৈছে।

এনেক্ষেত্ৰত আগন্তুক দিনত কংগ্রেছ দলে বিজেপিৰ নেতৃত্বাধীন এনডিএ চৰকাৰ খনে ইতিমধ্যে বিধ্বস্ত কৰা মুদ্রাস্ফিতী নিয়ন্ত্রণ, নিবনুৱা সমস্যা আৰু উন্নয়নৰ হকে মাৰাথন গতিৰে কাম কৰি যাব ৷ বিজেপিয়ে বৃহৎ পুঁজিপতিক বৰপিৰা পাতি দি ধৰ্মীয় মেৰুকৰণৰে দেশবাসীক ভাগ ভাগ কৰি এক কুটিল ৰাজনীতিৰ আশ্ৰয় লৈ নিৰ্বাচনী বৈতৰণী পাৰ কৰিবলৈ উঠিপৰি লাগিছে ৷ তেওঁলোকে লোকসভাৰ আসনৰ ৪০০ লোৱাৰ যি সপোন দেখিছে৷ সেইয়া সপোন হৈয়ে থাকিব বুলি মন্তব্য কৰে কংগ্ৰেছ সভাপতি গৰাকীয়ে ৷

খার্গেয়ে আৰু কয় যে,বিজেপি নেতৃত্বাধীন চৰকাৰে যোৱা দহটা বৰ্ষৰ প্ৰতিটো বছৰতে দুই কোটি নিবনুৱাক চাকৰি দিয়াৰ যি প্ৰতিশ্ৰুতি দিছিল ৷ কাৰ্যত সেইয়া ফুটুকাৰ ফেনতহে পৰিণত হ’ল ৷ কৃষকৰ উপাৰ্জন দুগুণ কৰাত ব্যর্থ হোৱা বিজেপি চৰকাৰ খনে ভুতৰ ওপৰত দানহ পৰাৰ দৰে কৃষি,দৰৱ,অত্যাৱশ্যকীয় সামগ্ৰীৰ আকাশলংঘী মূল্যবৃদ্ধিৰ সমান্তৰালকৈ কৃষি আৰু কেতবোৰ সামগ্ৰীৰ উৎপাদনত জিএছ টি জাপি দি ৰাইজক মাধমাৰ দিয়ে ৷

এনে প্ৰেক্ষাপটত এইবাৰ নিৰ্বাচনত বিজেপিক দিল্লীৰ মনছদৰ পৰা উফৰাই পেলাবলৈ ৰাইজক আহ্বান জনায় কংগ্ৰেছ সভাপতি গৰাকীয়ে ৷ সংবামেলত কংগ্ৰেছৰ সাধাৰণ সম্পাদক তথা অসমৰ প্ৰভাৰী জীতেন্দ্ৰ সিং আৰু এপিচিচিৰ সভাপতি ভূপেন বৰা সহ কে’বাজনো কংগ্ৰেছ নেতা উপস্থিত হয় ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Mallikarjun Kharge visit GuwahatiPressmeet Address
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d