Road Accident In Golakganj:পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি তামাৰহাটত চেপা উত্তেজনা

ৰাইজে বন্ধ কৰিলে ১২৭ নম্বৰ(বি) ৰাষ্ট্ৰীয় ঘাই পথ, উত্তাল প্ৰতিবাদ ৰাইজৰ

TAMAR HAT

Road Accident In Golakganj:

তামাৰহাটৰ হাতীধুৰাত উত্তাল প্ৰতিবাদ | পথ দুৰ্ঘটনাক কেন্দ্ৰ কৰি ৰাইজে বন্ধ কৰিলে ১২৭ নম্বৰ(বি) ৰাষ্ট্ৰীয় ঘাই পথ | ধুবুৰী জিলা প্ৰশাসন,আৰক্ষী, বন বিভাগ আৰু মটৰ পৰিবহন বিভাগৰ বিৰুদ্ধে প্ৰতিবাদ |

অবৈধভাৱে শিল কঢ়িওৱা ডাম্পাৰৰ বিৰুদ্ধে ৰাষ্ট্ৰীয় পথ অৱৰোধ ৰাইজৰ | যাতায়ত সম্পূৰ্ণৰূপে বন্ধ হৈ পৰে ৰাষ্ট্ৰীয় পথ | যোৱা নিশা প্ৰসেনজিত শীল নামৰ এজন যুৱক ডাম্পাৰৰ তলত সোমাই মৃত্যুক সাৱটি লয় | পৰিয়ালটোৰ একমাত্ৰ উপাৰ্জনকাৰী আছিল প্ৰসেনজিত শীল।

Exit mobile version