APSC 2023 Preliminary Examination Results Announced:২০২৩ বৰ্ষৰ এপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা

২৩৫ টা পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা, যোগ্যতা অৰ্জন ২৮৯৮ গৰাকী পৰীক্ষাৰ্থীৰ

apsc bhawan

APSC 2023 Preliminary Examination Results Announced:

২০২৩ বৰ্ষৰ এপিএছচিৰ প্ৰাৰম্ভিক পৰীক্ষাৰ ফলাফল ঘোষণা ৷

ADVERTISEMENT

২৩৫ টা পদৰ বাবে অনুষ্ঠিত হৈছিল পৰীক্ষা ৷

যোগ্যতা অৰ্জন ২৮৯৮ গৰাকী পৰীক্ষাৰ্থীৰ ৷

ইয়াৰে ১৯৭১ জন পুৰুষ আৰু ৭১৯ গৰাকী মহিলা ৷

১০৭ গৰাকী বিশেষভাবে সক্ষম, ১০২ গৰাকী প্ৰাক্তন সৈনিক ৷

আবেদন কৰিছিল ৬৭২৫১ গৰাকী পৰীক্ষাৰ্থীয়ে

জুলাইত অনুষ্ঠিত হ’ব এপিএছচিৰ মূল পৰীক্ষা ৷

Exit mobile version