Guwahati:উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত গুৱাহাটীৰ ভিতৰত কলা শাখাৰ শীৰ্ষত টিচি স্কুল

TC SCHOOL

Guwahati:

আজি ঘোষিত উচ্চতৰ মাধ্যমিক চুড়ান্ত পৰীক্ষাৰ ফলাফলত ৰাজ্যৰ তিনি মফচলীয় জিলাই তিনিওটা শাখাত শীৰ্ষস্থান অধিকাৰ কৰাৰ বিপৰীতে গুৱাহাটী মহানগৰৰ ফলাফল সন্তোষজনক নাছিল |

মহানগৰীৰ কেন্দ্ৰ ভিত্তিক কলা শাখাৰ ফলাফলৰ হাৰ এনেধৰণৰ:

টিচি স্কুলৰ উত্তীৰ্ণৰ হাৰ ৯৯.২৮%,কটন বিশ্ববিদ্যালয় ৯৮.৮৪%,ডিমৰীয়া কলেজ ৯৭.৭৪%,বিদ্যা মন্দিৰ উচ্চতৰ মাধ্যমিক,বি বৰুৱা কলেজ ৯৬.২০%,বিদ্যা মন্দিৰ উ:মা:বিদ্যালয় ৯৩.৩৩%,কামৰূপ একাডেমি ৯২.০৬%,কটন কলেজিয়েট ৯১.৩৮%,গুৱাহাটী কলেজ ৮৮.৯৫%,দিছপুৰ কলেজ ৮৭.৩৮%,গুৱাহাটী কর্মাচ কলেজ ৮৫.১১%,নাৰেঙ্গী আঞ্চলিক কলেজ ৮১.৪৮%,ললিত চন্দ্ৰ ভড়ালী মহাবিদ্যালয় ৭৯.৪৯%,আর্য্য বিদ্যাপীঠ কলেজ ৭২% ৷

Exit mobile version