Khanapara Accident:মহানগৰীৰ খানাপাৰাত অল্টো বাহন – অটোৰ মুখামুখি সংঘর্ষ,থিতাতে নিহত অটো চালক

khanapara

Khanapara Accident:

মহানগৰীৰ খানাপাৰাত নিশা সংঘটিত হোৱা এক পথ দুৰ্ঘটনাত থিতাতে নিহত হয় এজন অটোচালক ৷ তীব্রবেগী অল্টো বাহন আৰু অটোৰ মুখামুখি সংঘর্ষৰ ফলতে সংঘটিত হয় দুৰ্ঘটনাটি ৷ নিহত অটো চালকজনৰ নাম উদয় তালুকদাৰ ৷

আনহাতে ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ অটোচালকজনৰ মৃতদেহ মৰনোত্তৰ পৰীক্ষাৰ বাবে জিএমচিএইছলৈ প্ৰেৰণ কৰে ৷

Exit mobile version