Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !

    ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে

    ১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ

    Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক

    বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

    ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Assam To Experience Hot:পাৰাস্তম্ভ উঠিল ৩৮ ডিগ্রীলৈ, আজি অধিক জটিল ৰূপ ধাৰণৰ আগজাননী

প্রচণ্ড গ্রীষ্ম প্রবাহত বিপর্যস্ত জনজীৱন, বংগোপসাগৰত সৃষ্টি হোৱা নিম্নচাপৰ ফলত ৰাজ্যত ২৭ মে'ত ধুমুহা-বৰষুণৰ সতর্কবাণী

publisher by publisher
May 24, 2024
in India, Assam, News
Reading Time: 2 mins read
0
Assam To Experience Hot:পাৰাস্তম্ভ উঠিল ৩৮ ডিগ্রীলৈ, আজি অধিক জটিল ৰূপ ধাৰণৰ আগজাননী
2
SHARES
15
VIEWS
ShareShareShareShare

Assam To Experience Hot:

সহ্যাতীত গৰমৰ প্রকোপ। আকাশৰ পৰা যেন নামি আহিছে সূর্যৰূপী অগ্নিপিণ্ডহে। মধ্য আৰু দক্ষিণ ভাৰতত প্রচণ্ড গ্রীষ্ম প্রবাহে সৃষ্টি কৰা অস্থিৰ পৰিৱেশৰ হুবহু প্রতিফলনৰে আজি অসমতো গৰমে জ্বলা-কলা কৰিলে ৰাইজক। পুৱাৰে পৰা খাও খাও মূর্তি ধৰি উদিত সূৰ্যৰ পৰা নিগৰিত ৰ’দৰ প্রকোপ আজি ইমানেই ভয়ংকৰ আছিল যে গুৱাহাটীকে ধৰি ৰাজ্যৰ আটাইকেইখন চহৰতে আজি পাৰাস্তম্ভ হোৰাহোৰে ঊর্ধ্বমুখী হৈ ৩৮ ডিগ্রী ছেলচিয়াছ স্পর্শ কৰে। বৰঝাৰস্থ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্রই প্রকাশ কৰা তথ্য মতে, আজি গুৱাহাটীত সর্বোচ্চ তাপমাত্রা আছিল ৩৯ডিগ্রী । একেদৰে ডিব্ৰুগড়,, তেজপুৰত শিলচৰ,ধুবুৰী,যোৰহাট আৰু লখিমপুৰত দিনটোৰ সৰ্বোচ্চ তাপমাত্রা আছিল ৩৮ ডিগ্রী ছেলচিয়াছ।

ADVERTISEMENT

বৰঝাৰস্থ আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই সদৰী কৰা তথ্য মতে, শণিবাৰে ৰাজ্যত প্রচণ্ড গৰমে প্রাত্যহিকজনজীৱন বিপর্যস্ত কৰিব। বতৰ বিজ্ঞান কেন্দ্ৰই প্ৰকাশ কৰা তথ্য মতে, কাইলৈ আৰু অহা ২৫ মে’তো প্রচণ্ড গৰম আৰু আৰ্দ্ৰ পৰিৱেশে প্রাত্যহিক জনজীৱন অতিষ্ঠ কৰিব। অৱশ্যে প্রচণ্ড গ্রীষ্ম প্রবাহ অব্যাহত থকাৰ সময়তে ভাৰতীয় বতৰ বিজ্ঞান বিভাগ (আইএমডি)-এ আজি সদৰী কৰিছে যে অহা ২৫ মে’ৰ পৰা ৰাজ্যবাসীয়ে প্ৰচণ্ড গৰমৰ পৰা কিছু সকাহ পাব।

RelatedPosts

Ex.Union Minister Biren Sing Engti Passes Away:প্রাক্তন কেন্দ্ৰীয় ৰাজ্যিক মন্ত্রী বীৰেনছিং ইংতিৰ দেহাৱসান

Maharaj PrithuFly Over:আজি আনুষ্ঠানিকভাৱে মুকলি হ’ব উত্তৰ- পূৰ্বাঞ্চলৰ দীৰ্ঘতম মহাৰাজ পৃথু উৰণসেতু

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

আইএমডিয়ে প্রকাশ কৰা তথ্য মতে, অহা শনিবাৰে ধুবুৰী, দক্ষিণ শালমাৰা-মানকাচৰ, গোৱালপাৰা,কোকৰাঝাৰ, চিৰাং, পশ্চিম কাৰ্বি আংলং, ডিমা হাছাও, কাছাৰ, হাইলাকান্দি আৰু কৰিমগঞ্জ জিলাত প্ৰচণ্ড ধুমুহা-বৰষুণৰ সম্ভাৱনা আছে।

আকৌ ২৬ মে’ত গোৱালপাৰা, চিৰাং, বাকত্সা, বজালী, দৰং, ওদালগুৰি, শোণিতপুৰ, লখিমপুৰ, যোৰহাট, মাজুলী, শিৱসাগৰ আৰু বৰাকৰ তিনিওখন জিলাতে ধুমুহা-বৰষুণৰ সম্ভাৱনা আছে। ২৭ মে’ত ৰাজ্যখনৰ আটাইকেইখন জিলাতে প্রচণ্ড বৰষুণ, প্রতি ঘণ্টাত ৪০-৫০ কিলোমিটাৰ বেগত ধুমুহাৰ আগজাননী দিছে আইএমডিয়ে। অৱশ্যে ইয়াৰ মাজতো ৰাজ্যখনত ঠায়ে ঠায়ে অব্যাহত থাকিব পাতলীয়া বৰষুণ।

উল্লেখ্য যে অহা ২৭ মে’ৰ পুৱা ৮-৩০ বজাৰ পৰা ২৮ মে’ৰ ৮-৩০ বজালৈ এই সময়ছোৱাত ধাৰাসাৰ বৰষুণে জনজীৱন বিপর্যস্ত কৰিব বুলি আইএমডিয়ে ‘অ’ৰেঞ্জ এলার্ট’ জাৰি কৰিছে। আইএমডিয়ে প্ৰকাশ কৰা তথ্য মতে, বংগোপসাগৰৰ দক্ষিণ-পশ্চিম অঞ্চলত সৃষ্টি হোৱা এক নিম্নচাপৰ প্ৰভাৱত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত অহা ২৮ মে’ পর্যন্ত বৰষুণ হ’ব।

বংগোপসাগৰত সৃষ্টি হোৱা নিম্নচাপে উত্তৰ-পূব অভিমুখে ইতিমধ্যে ৰাওনা হৈছে আৰু ২৪ মে’ৰ পুৱা এই নিম্নচাপে ঘূর্ণীৰ ৰূপ লৈ ২৫ মে’ৰ পুৱা সমুদ্র উপকূলৱৰ্তী অঞ্চলত খুন্দা মাৰিব। বাংলাদেশ আৰু পশ্চিমবংগ উপকূলৰে ২৬ মে’ৰ সন্ধিয়া প্রচণ্ড শক্তিৰে অগ্ৰসৰ হ’বলগীয়া সামুদ্রিক ঘূর্ণীৰ ফলত অসমকে ধৰি উত্তৰ-পূৰ্বাঞ্চলত ২৭ মে’ত প্রবল বৰষুণ হোৱাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Assam To Experience HotGuwahati
publisher

publisher

Related Posts

Gaurav Gogoi:ৰাইজৰ দলৰে কংগ্ৰেছৰ মধুচন্দ্ৰিকা অন্ত পৰাৰ ইংগিত গৌৰৱ গগৈৰ !
News

March 11, 2026
ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে
News

ৰাছিয়াৰ তেল ক্ৰয়ত ভাৰতক সাময়িক অনুমতি: ব্যাখ্যা দিলে হোৱাইট হাউছে

March 11, 2026
১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ
India

১৩ বছৰ কোমাত যুৱক, অৱশেষত স্বেচ্ছামৃত্যুৰ অনুমতি আদালতৰ

March 11, 2026
Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক
Crime

Active bullets recovered in Sonari:সোণাৰিৰ নামতোলাত বুজন পৰিমাণৰ সক্রিয় গুলী সহ নাগালেণ্ডৰ এজন লোকক আটক

March 11, 2026
বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি
News

বিচাৰিলেই নাপাব! চিলিণ্ডাৰ বুকিঙৰ সময় এইবাৰ ১৫ দিনৰ পৰা ২৫ দিনলৈ বৃদ্ধি

March 11, 2026
ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক
News

ATM Theft Arrested:গৌৰীপুৰ আৰক্ষীৰ জালত এটিএম প্ৰৱঞ্চকক

March 11, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d