Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা

    নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

    বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

    দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Election Was Hampered By The Scorching Heat:যেন তললৈ নামি আহিছে সূর্য ! ঠায়ে ঠায়ে পাৰাস্তম্ভ উঠিল ৪২ ডিগ্রীলৈ

প্রথম পৰ্যায়ৰ ভোটদানৰ হাৰ নিম্নমুখী হোৱাৰ অন্যতম কাৰণ অসহনীয় গৰম, ভোটাৰক সকাহ দিবলৈ গঠন কৰিলে টাস্ক ফ'ৰ্চ, গৰমত আক্রান্তক চিকিৎসাৰ বাবে প্ৰতিখন ৰাজ্যৰে হাস্পতালত বিছনা আৰু দৰব মজুত ৰাখিবলৈ স্বাস্থ্য মন্ত্রণালয়ৰ নিৰ্দেশ

publisher by publisher
April 25, 2024
in Assam, India, News
Reading Time: 3 mins read
0
Election Was Hampered By The Scorching Heat:যেন তললৈ নামি আহিছে সূর্য ! ঠায়ে ঠায়ে পাৰাস্তম্ভ উঠিল ৪২ ডিগ্রীলৈ
2
SHARES
16
VIEWS
ShareShareShareShare

RelatedPosts

J & kashmir Assembly:জম্মু-কাশ্মীৰৰ বিধান সভাত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে কংগ্ৰেছৰ উত্তাল প্ৰতিবাদ

CEC does not have the power to make decisions alone:অকলে সিদ্ধান্ত লোৱাৰ ক্ষমতা নাই মুখ্য আয়ুক্তৰ

ভোট পৰ্ব সমাপ্ত, উঠিল আচৰণবিধি; সাত মে’ৰ পৰা স্বাভাৱিক ছন্দলৈ উভতিব পাঁচ ৰাজ্যৰ প্ৰশাসন

Election Was Hampered By The Scorching Heat:

যেন অধিক তললৈ নামি আহিছে সূর্য। যাৰ উত্তাপত এতিয়া থৰকাছুটি হেৰুৱাইছে দেশবাসীয়ে। আশংকা কৰা ধৰণেই ঊর্ধ্বমুখী পাৰাস্তম্ভই এইবাৰ বিপর্যস্ত – কৰিছে লোকসভাৰ নিৰ্বাচন আৰু নিৰ্বাচনী প্রক্রিয়াত অংশগ্ৰহণ কৰা ৰাজনৈতিক দলসমূহক। প্রথম পৰ্যায়ৰ ভোটগ্রহণত ভোটদানৰ হাৰ হ্ৰাস হোৱাৰ পাছতেই উন্মোচিত হৈছে খেয়ালি প্রকৃতিয়ে ভাৰতীয় গণতন্ত্ৰৰ সর্ববৃহৎ উৎসৱত আউল লগোৱাৰ দিশটো।

ADVERTISEMENT

লক্ষ্যণীয় যে দ্বিতীয় পৰ্যায়ৰ ভোটগ্রহণৰ প্রাকক্ষণতো উত্তৰ প্রদেশ, পশ্চিমবংগ, বিহাৰকে ধৰি মধ্য আৰু উত্তৰ ভাৰতৰ প্রায় প্রতিখন ৰাজ্যতে পাৰাস্তম্ভ ৪০ ডিগ্রী চেলচিয়াছৰ ঘৰলৈ ঊর্ধ্বমুখী হৈছে। স্বাভাৱিকতে এই প্রচণ্ড গৰমত নির্বাচনী প্রচাৰ চলাবলৈ গৈ ৰাজনৈতিক দলৰ নেতা আৰু প্রার্থীসকলে যিদৰে অস্বস্তিৰ সম্মুখীন হ’বলগীয়া হৈছে, ঠিক তেনেদৰেই দলীয় সমর্থক তথা ভোটাৰসকলেও নির্বাচনী প্রচাৰ সভাত অংশগ্রহণৰ পৰা বিৰত থাকিবলৈ বাধ্য হৈছে।

পৰিস্থিতি এনে পর্যায়ত উপনীত হৈছে যে উত্তৰ প্ৰদেশৰ বুলন্দচহৰত আজি তাপমাত্রা সর্বাধিক ৪২ ডিগ্রী চেলচিয়াছ হোৱাৰ বিপৰীতে প্রয়াগৰাজত ৪১.৬ ডিগ্রী চেলচিয়াছ, বাস্তিত ৪১ ডিগ্রী চেলচিয়াছ, বাবানসীত ৪০.৯ ডিগ্রী চেলচিয়াছলৈ বৃদ্ধি পাইছে গৰমৰ প্রকোপ।

এপ্রিলতে গ্রীষ্মপ্রৱাহে জনজীৱন অতিষ্ঠ কৰি তোলাৰ সূত্রে বিভিন্ন ৰাজনৈতিক দলসমূহে এইসমূহ ৰাজ্যত শেহতীয়াকৈ বিয়লিৰ ভাগতহে নির্বাচনী প্রচাৰ চলাবলৈ বাধ্য হৈছে। ওড়িছাৰ মালকানগিৰি আৰু নৱৰংপুৰ জিলাত তাপমাত্রা বৃদ্ধি পাইছে ক্রমে ৩৯ আৰু ৪২ ডিগ্রী চেলচিয়াছলৈ। ফলত ৰাজনৈতিক দলসমূহে অনুষ্ঠিত কৰা নির্বাচনী প্রচাৰ অভিযানত সমর্থকৰ অংশগ্রহণ তেনেই নগণ্য হোৱা পৰিলক্ষিত হৈছে। পৰিণতিত ওড়িছাৰ  মুখ্য নির্বাচনী বিষয়াই সকলো ৰাজনৈতিক দলকে গৰমৰ পৰা পৰিত্ৰাণৰ বিকল্প সময়তহে নির্বাচনী প্রচাৰ চলাবলৈ নির্দেশ জাৰি কৰিছে।

দ্বিতীয় পর্যায়ত ভোটগ্রহণৰ দিনাও অর্থাৎ শুকুৰবাৰে গৰমৰ প্রকোপ পূর্বব তুলনাত সামান্য নিম্নগামী হ’লেও সহ্যাতীত গৰম অব্যাহত থাকিব বুলি ভাৰতীয় বতৰ বিজ্ঞান বিভাগে আগজাননী দিছে । ভৰপক নির্বাচনী প্রচাৰ অভিযানৰ সময়তে প্রচণ্ড গৰমৰ বাবে প্রার্থী আৰু ৰাজনৈতিক দলসমূহব ষ্টাৰ কেম্পেইনাৰসকলৰ অৱস্থা কি পর্যায়লৈ অবনমিত হৈছে তাৰ বাস্তৱ প্রতিচ্ছবি যেন আজি উন্মোচিত হ’ল মহাৰাষ্ট্ৰত। গৰমৰ প্রকোপ নেওচিও কেন্দ্রীয় মন্ত্রী নীতিন গাডকাৰীয়ে যোৱাকালি এখন নির্বাচনী সভাত ভাষণ দি থকা অৱস্থাতে সংজ্ঞাহীন হৈ মঞ্চতে ঢলি পৰাৰ দৰে উদ্বেগজনক ঘটনা সংঘটিত হৈছে।

মহাৰাষ্ট্রৰ য়াভাতমালত অনুষ্ঠিত বিজেপিৰ এখন নির্বাচনী সমাবেশত অংশ ল’বলৈ গৈছিল বিজেপিৰ জ্যেষ্ঠ নেতা তথা কেন্দ্রীয় মন্ত্রী গাডকাৰীয়ে মিত্রদলৰ প্রার্থীৰ হৈ নির্বাচনী প্রচাৰ সভাখনত ভাষণ দি থকা অৱস্থাতে কেন্দ্রীয় মন্ত্রী গাডকাৰীয়ে সংজ্ঞাহীন হৈ মঞ্চতে ঢলি পৰে। সেই সময়ত গাডকাৰীৰ ভাষণ সামাজিক মাধ্যমযোগে পোনপটীয়া সম্প্রচাৰ হৈ আছিল।

গতিকে কেন্দ্রীয় মন্ত্রীজনে ঢলি পৰাৰ এই সমগ্র দৃশ্য দেশবাসীয়ে প্রত্যক্ষ কৰে। লগে লগে গাডকাৰীক দলীয় কর্মীসকলে দাঙি লৈ মঞ্চৰ পৰা নমাই নিয়াৰ পাছত প্রাথমিক চিকিৎসা আগবঢ়োৱাৰ অন্ততহে তেওঁৰ সংজ্ঞা উভতি আহে। চিকিৎসকৰ মতে, মাত্রাধিক গৰমৰ বাবে গাডকাৰীয়ে সাময়িকভাবে সংজ্ঞা হেৰুৱাইছিল।

উল্লেখ্য যে নির্বাচনী মুজত প্রতিপক্ষক পৰাজিত কৰি অথবা নিজে পৰাজিত হোৱাৰ দৰে বিষয়টো যিদৰে প্রার্থী এজনৰ বাবে প্রতি মুহূর্ততে মন-মগজুত খেলি থকা বিষয়ৰূপে চিহ্নিত হয়, ঠিক তেনেদৰেই এইবাৰৰ নির্বাচনত দলীয় প্রার্থীসকলৰ বাবে মুৰৰ কামোৰণি হৈ পৰিছে প্রচণ্ড শ্রীষ্মপ্রবাহ। গৰমৰ বাবে পৰিকল্পিতভাৱে নির্বাচনী প্রচাৰ চলাব পৰা নাই ৰাজনৈতিক দলসমূহে। চাৰি ৰাজ্যত শুকুৰবাৰৰ ভোটগ্রহণত বাধাৰ সৃষ্টি কৰিব গৰমে ।

শুকুৰবাৰে অনুষ্ঠিত হ’বলগীয়া দ্বিতীয় পর্যায়ৰ লোকসভা নির্বাচনত দেশৰ চাৰিখন ৰাজ্যত প্রচণ্ড গৰমৰ বাবে প্রভাৱিত হ’ব ভোটগ্রহণ। কেন্দ্রীয় বতৰ বিজ্ঞান বিভাগে এই তথ্য সদৰী কৰি কয় যে পশ্চিমবংগ, বিহাৰ, উত্তৰ প্রদেশ আৰু কর্ণাটকত শুকুৰবাৰৰ নির্বাচনৰ দিনটোত তাপমাত্রা ইমানে ঊর্ধ্বগামী হ’ব যে ভোটদানৰ বাবে ঘৰৰ পৰা ওলাবলৈ সংকোচ কৰিব ভোটাৰ ৰাইজ। চাৰিওখন ৰাজ্যতে তাপমাত্রাই ৪০ ডিগ্রী অতিক্রম কৰাৰ সম্ভাৱনা ব্যক্ত কৰিছে বতৰ বিজ্ঞান বিভাগে।

অসহ্য গৰম: সকাহ বিচাৰি তৎপৰ নিৰ্বাচন আয়োগ-কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়:

সূর্যৰ প্রথৰ উত্তাপৰ বাবে স্বাভাৱিক জনজীৱন ব্যাহত হোৱাৰ সময়তে দেশত অব্যাহত থকা নির্বাচনী প্রক্রিয়াত ভোটাৰ ৰাইজৰ অংশগ্রহণ সুনিশ্চিত কৰিবলৈ নির্বাচন আয়োগে গঠন কৰিছে টাস্ক ফ’র্চ। দ্বিতীয় পর্যায়ৰ ভোটগ্রহণৰ দিনা গৰমৰ বাবে যাতে ভোটদানৰ হাৰ নকমে তাৰ বাবে ভোটাৰসকলক সকাহ দিব পৰাকৈ প্রয়োজনীয় ব্যবস্থা গ্রহণ কৰি হ’লেও ভোটদান নিশ্চিত কৰাৰ অর্থে নির্বাচন আয়োগে সোমবাবে গঠন কৰি দিছে টাস্ক ফ’ৰ্চ।

ইয়াৰ সমান্তৰালকৈ কেন্দ্রীয় স্বাস্থ্য মন্ত্রণালয়েও দেশত সৃষ্টি হোৱা গ্রীষ্মপ্রৱাহৰ পৰিস্থিতিৰ ওপৰত নজৰ ৰাখিবলৈ এখন পর্যালোচনা বৈঠক অনুষ্ঠিত কৰে। কেন্দ্রীয় স্বাস্থ্য সচিব অপূর্ব চন্দ্রাৰ অধ্যক্ষতাত অনুষ্ঠিত এই পর্যালোচনা বৈঠকত গৰমৰ বাবে সৃষ্টি হ’ব পৰা যিকোনো পৰিস্থিতিতে আক্রান্তলৈ উপযুক্ত চিকিৎসা সেৱা আগবঢ়োৱাৰ বাবে দেশৰ সকলোবোৰ চৰকাৰী হাস্পতালতে মজুত সা-সুবিধাৰ বিষয়ে পর্যালোচনা কৰা হয়। এই বৈঠক খনতে সকলো ৰাজ্যৰে চিকিৎসালয় কর্তৃপক্ষক হাস্পতালসমূহত প্রয়োজনীয় সংখ্যক বিছনা সাজু কৰি ৰাখিবলৈ নির্দেশ দিয়া হয়। গৰমত আক্রান্ত হোৱা লোকক যাতে তৎকালে উপযুক্ত চিকিৎসা আগবঢ়াব পৰা যায়, সেয়া নিশ্চিত কৰিবলৈ প্রতিখন ৰাজ্যৰে স্বাস্থ্য বিভাগক নির্দেশ দিয়া হয়।

পূৱাতে ভোট দিব গ’লে ভোটাৰক আইচক্ৰীম খুৱাব আয়োগে:

প্রচণ্ড গৰমৰ বাবে মধ্য আৰু উত্তৰ ভাৰতত বিশেষকৈ হিন্দী বলয়ত ভোটদানৰ হাৰ তেনেই কম হোৱাৰ সূত্রে শংকাত ভোগা নির্বাচন আয়োগে দ্বিতীয় পর্যায়ৰ ভোটগ্রহণত যাতে এনে ঘটনা পুনৰাবৃত্তি নঘটে সেয়া নিশ্চিত কৰিবলৈ ভোটাৰক সকাহ দিবলৈ গ্রহণ কৰিছে ভালেমান ব্যৱস্থা। ভোটাৰসকলক ভোট কেন্দ্রলৈ আকর্ষণ কৰাৰ উদ্দেশ্যে ভোট দিয়া প্রতিজন ভোটাৰকে বিনামূলীয়াকৈ পোহা আৰু জিলাপীৰ লগতে আইচক্রীম খুৱাবলৈও ব্যৱস্থা কৰিছে। গৰমৰ বাবে ভোটদান কৰিবলৈ ওলাই নহা ভোটাৰক আকর্ষণ কৰিবলৈ আপ্যায়নৰ এই ব্যবস্থা গ্রহণ কৰিছে মধ্যপ্রদেশৰ ইন্ডোৰ জিলা প্রশাসনে।

প্রশাসনে প্রকাশ কৰা তথ্য মতে, পুৱাতে ভোট দিব গ’লে ভোটাৰসকলক দিয়া হ’ব আইচক্রীম। পুৱা সাতটাৰ পৰা নটাৰ ভিতৰত ভোট দিবলৈ যোৱা ৬০ৰ ঊর্ধ্বৰ ভোটাৰ আৰু প্রথমবাৰলৈ ভোট দিব যোৱা যুৱ ভোটাৰসকলক বিনামূলীয়াকৈ পোহা আৰু জিলাপী খুওৱা হ’ব। ভোট দিয়াৰ ক’লা চিহ্ন দেখিলেই ভোটাৰক দিয়া হ’ব বিনামূলীয়া আইচক্রীমো। ইফালে, এই সময়ছোৱাত ভোটদান কৰা আন ভোটাৰসকলক বিনামূলীয়াকৈ খুওৱা হ’ব চাওমিন অথবা মনচুৰিয়ান। মুঠতে জিলাখনত গৰমৰ মাজতো যাতে ভোটদানৰ হাৰ নকমে তাৰ বাবে আয়োগে গ্রহণ কৰিছে ভোটাৰক আপ্যায়ন কৰি হ’লেও তেওঁলোকক ভোটদান কৰিবলৈ উদ্বুদ্ধ কৰাৰ কৌশল।

প্রসংগত উল্লেখ্য যে প্রথম পৰ্যায়ৰ নিৰ্বাচনত ২০১৯ৰ নির্বাচনতকৈ ভোটদানৰ হাৰ বৃদ্ধি পাইছে একমাত্র চত্তিছগড়, মেঘালয় আৰু ছিকিমতহে। মণিপুৰত ৭.৭ শতাংশ ভোটদানৰ হাৰ হ্রাস পাইছিল। আকৌ নগালেণ্ডতো ২০১৯ৰ তুলনাত প্রায় ২.৫ শতাংশ ভোটদানৰ হাৰ কমিছে। ইফালে মণিপুৰত পূর্বৰ তুলনাত ভোটদানৰ হাৰ হ্রাস পাইছে ৭.৭ শতাংশ। মধ্যপ্রদেশত সাত শতাংশ আক ৰাজস্থান তথা মিজোৰামত ছয় শতাংশকে ভোটদানৰ হাৰ হ্রাস পাইছে।

বিহাৰত ২০১৯ত ভোটদানৰ হাৰ ৫৩.৪৭ শতাংশ থকাৰ বিপৰীতে এইবাৰ প্রথম পর্যায়ৰ ভোটগ্রহণত এই হাৰ হ্রাস পাইছে ৪৯.২ শতাংশলৈ। একেদৰে উত্তৰ প্রদেশত পূর্বৰ ৬৬.৫ শতাংশৰ পৰা হ্রাস পাইছে ৬১.১ শতাংশলৈ। মূলতঃ গৰমৰ বাবেই এনেদৰে ভোটদানৰ হাৰ হ্রাস পোৱা বুলি সকলো পক্ষই একমত পোষণ কৰিছে।

সেই সূত্রে নির্বাচন আয়োগ যিদৰে উদ্বিগ্ন হৈ পৰিছে, ঠিক তেনেকৈয়ে দেশৰ ৰাজনৈতিক দলসমূহৰ বাবেও এতিয়া মূৰৰ কামোৰণি হৈ পৰিছে পর্যাপ্ত সংখ্যক ভোটাৰে ভোটদান নকৰাৰ বিষয়টো। ৰাজনৈতিক বিশ্লেষকসকলৰ মতে ভোটদানৰ নিম্নহাৰে ৰাজনৈতিক অংশ ওলট-পালট কৰি দিয়াৰ সম্ভাৱনা প্রৱল।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: ECILoksabha Election 2024Scorching Heatsecond phase
publisher

publisher

Related Posts

মুম্বাইত CJPৰ প্ৰতিবাদত বিনোদন জগতৰ কেবাগৰাকীও তাৰকা
India

October 3, 2026
নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ
India

নিৰ্বাচনী সংস্কাৰ আৰু CEC জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত মুম্বাইত CJPৰ প্ৰতিবাদ

October 2, 2026
বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d