14 Flights to Kolkata Were Cancelled:সাগৰীয় ঘূৰ্ণি ‘ৰেমল’ক লৈ ব্যাপক সতৰ্ক বৰঝাৰ বিমান বন্দৰ কৰ্তৃপক্ষৰ

কলকাতালৈ যোৱা ১৪ খনকৈ বিমানৰ উৰণ বাতিল

AIR

14 Flights to Kolkata Were Cancelled:

চুবুৰীয়া পশ্চিমবংগৰ বাবে বিপদৰ আগলি বতৰা কঢ়িয়াই অনা সামুদ্ৰিক ঘূৰ্ণিবতাহ ‘ৰেমল’ৰ আগমনক লৈ বিশেষ সতৰ্কতা বৰঝাৰ বিমান বন্দৰ কৰ্তৃপক্ষৰ ৷

যাৰবাবে বাতিল কৰা হৈছে কলকাতালৈ যোৱা কেইবাখনো বিমানৰ উৰণ ৷ কলকাতালৈ যাবলগীয়া ১৪ খনকৈ বিমানৰ উৰণ বাতিল কৰে বৰঝাৰ বিমান বন্দৰ কৰ্তৃপক্ষই

বাতিল কৰা বিমান কেইখনৰ এলিয়েঞ্চ এয়াৰৰ ৪ খন, ইণ্ডিগ’ৰ ৮ ,এয়াৰ ইণ্ডিয়া আৰু স্পাইচ জেটৰ এখনকৈ বিমান ৷

 

Exit mobile version