Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক

    ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

    পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

    Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    ৩০ বছৰ বয়সতে সকলো শেষ ! 

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    সম্প্ৰতি পোহৰলৈ আহিছে ইয়াৰ কাৰণ

    ২৫০০ কোটিৰ সম্পত্তিলৈ লোভ নাই অক্ষয় কুমাৰৰ পুত্ৰৰ!

    জেলত কি শিকিলে ৰাজপালে?

    জেলত কি শিকিলে ৰাজপালে?

    সুৰ সম্ৰাজ্ঞী আশা ভোছলেৰ দেহাৱসান, সংগীত জগতত শোকৰ ছাঁ

    নীতিশ তিৱাৰী পৰিচালিত বহু প্রতীক্ষিত ‘ৰামায়ণ’ৰ চাৰি হেজাৰ কোটি টকাৰে নিৰ্মিত নীতিশ তিৱাৰীৰ ‘ৰামায়ণ’ৰ টীজাৰ মুক্তি

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ব্যায়ামৰ পাছত প্ৰ’টিন খোৱাৰ উপযুক্ত সময়

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    ডাকঘৰৰ পুনৰাবৃত্তিমূলক জমা আঁচনি

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    পশু কিষাণ ক্রেডিট কার্ড আঁচনিৰ সবিশেষ

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    গৰমতো আকর্ষণীয় হৈ থাকিবলৈ কি কৰিব ?

    আপোনাৰ দামী সুগন্ধিৰ গোন্ধ নাইকিয়া হয়?

    ইউটিউবত কন্টেন্ট ক্রিয়েটৰৰ উপাৰ্জনৰ সাতটা গোপন কথা জানি লওক

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Cyclone Chitrang : ঘূৰ্ণীবতাহ চিত্ৰাঙৰ তাণ্ডৱলীলা

ৰাজ্যৰ ৮৩ খন ৰাজহ গাঁৱৰ ১১০০ৰো অধিক লোক ক্ষতিগ্ৰস্ত, বহু অঞ্চলত বিদ্যুৎ যোগান ব্যাহত

publisher by publisher
October 26, 2022
in India, Assam, News
Reading Time: 1 min read
0
Cyclone Chitrang : ঘূৰ্ণীবতাহ চিত্ৰাঙৰ তাণ্ডৱলীলা
1
SHARES
9
VIEWS
ShareShareShareShare

Cyclone Chitrang :

বংগোপসাগৰত সৃষ্টি হোৱা সামুদ্ৰিক ঘূৰ্ণিবতাহ ‘চিত্ৰাং’ৰ ফলত মঙলবাৰে পুৱতি নিশা অসমৰ মাজেৰে পাৰ হৈ যোৱা দ্ৰতবেগী ধুমুহাই ৰাজ্যৰ ছখনকৈ জিলাত বিস্তৰ ক্ষতিসাধন কৰে ৷ কামৰূপ মহানগৰ, মৰিগাঁও, নগাঁও, দৰং, কাছাৰ আৰু কামৰূপ গ্ৰাম্য জিলাত বহু ঘৰ-দুৱাৰ ভঙাৰ লগতে ব্যাপক ক্ষতিগ্ৰস্ত কৰে ৷

ADVERTISEMENT

জিলা কেইখনৰ ১১৪৬ খন গাঁৱৰ প্ৰায় ১১৪৬ লোক ধুমুহাত ক্ষতিগ্ৰস্ত হয়। অসম ৰাজ্যিক দুৰ্যোগ ব্যৱস্থাপনা কৰ্তৃপক্ষৰ মতে, চিত্ৰাঙৰ ফলত ৩২৬.৫০১ হেক্টৰ শস্য ক্ষতিগ্ৰস্ত হয় ।

RelatedPosts

ধাৰাসাৰ বৰষুণৰ ফলত গুজৰাট আৰু মহাৰাষ্ট্ৰত বান পৰিস্থিতি! 

মুম্বাইত ধাৰাসাৰ বৰষুণ! বুধবাৰে মহানগৰীত জাৰি কৰা হালধীয়া সতৰ্কবাণী, বানপানীৰ ফলত যাতায়ত ব্যাহত

India Meteorological Department:১৫০ বছৰীয়া হ’ল ভাৰত বতৰ বিজ্ঞান বিভাগ

WhatsApp Image 2022 10 26 at 3.58.12 PM
Impact of Cyclone Chitrang

মঙলবাৰে নিশা ঘূৰ্ণীবতাহৰ ফলত নগাঁও জিলাৰ ৰূপহীহাট, কলিয়াবৰ, বামুণী, শাকমুঠীয়া চাহ বাগিচা অঞ্চল, বৰালিগাঁওসহ বিভিন্ন ঠাইত ঘৰ-দুৱাৰ বিধস্ত হোৱাৰ লগতে অসংখ্য গছ আৰু বৈদ্যুতিক খুটাও উঘালি পৰি ব্যাহত হৈ পৰে বিদ্যুত যোগান ৷

আনহাতে চুবুৰীয়া বংগোপসাগৰ উপকুলীয় ৰাজ্য পশ্চিমবংগত ঘূৰ্ণীবতাহ ‘চিত্ৰং’ সতৰ্কতাৰ মাজতে পদক্ষিণ ২৪ পৰগণাৰ বাখলী সমুদ্ৰতীৰৰ উপকূলত জোৱাৰ সৃষ্টি হয় । যাৰ বাবে জিলা প্ৰশাসনে পৰ্যটক আৰু স্থানীয় লোকসকলক সাগৰৰ পাৰলৈ নাযাবলৈ সতৰ্ক কৰি দিছে ।

WhatsApp Image 2022 10 26 at 3.57.34 PM

ভাৰতীয় বতৰ বিজ্ঞান বিভাগে বুধবাৰে জনাইছে যে বাংলাদেশৰ ওপৰত গভীৰ চাপৰ সৃষ্টি কৰা ঘূৰ্ণীবতাহ “চিত্ৰং”ৰ অৱশিষ্টাংশ উত্তৰ-পূব বাংলাদেশ, আগৰতলাৰ উত্তৰ অঞ্চল আৰু উত্তৰ-পূব ৰাজ্যৰ লগতে আৰু মেঘালয়ৰ ৰাজধানী শ্বিলঙৰ দক্ষিণ-পশ্চিমত আঘাত হনাৰ আশংকা কৰা হৈছে ।

সোমবাৰে ভাৰতীয় বতৰ বিজ্ঞান বিভাগে (আইএমডি) কয় যে সোমবাৰ আৰু মঙলবাৰে অসম, ত্ৰিপুৰা সহ উত্তৰ- পূৰ্বাঞ্চলত বতাহ, বৰষুণ, ঢেৰেকনি দিয়াৰ কথা কোৱাৰ পিছতে দুয়োটা দিন ধাৰাসাৰ বৃষ্টিপাতে তাণ্ডৱলীলা চলোৱাৰ পিছত বুধবাৰৰ পৰা অসমত বতৰ কিছু ফৰকাল হৈছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: Cyclone ChitrangIMD
publisher

publisher

Related Posts

সৰভোগত নকল সোণৰ নাওঁসহ চাৰি সৰবৰাহকাৰী আটক
News

April 23, 2026
ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন
News

ৰে’লৰ মুখামুখি সংঘৰ্ষ! গুৰুত্বৰভাৱে আহত ১৭ জন

April 23, 2026
পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!
India

পশ্চিম বংগ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়!

April 23, 2026
৩০ বছৰ বয়সতে সকলো শেষ ! 
News

৩০ বছৰ বয়সতে সকলো শেষ ! 

April 23, 2026
Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ
News

Basistha Police:বশিষ্ঠ আৰক্ষীৰ জালত চিলনী চোৰ

April 23, 2026
Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক
News

Amritpal Singh :ডিব্ৰুগড় কাৰাগাৰাত পুনৰ গ্ৰেপ্তাৰ অমৃতপাল সিঙক

April 23, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d