Renu Saikia Passes Away:ধৰ্মপ্ৰাণ মহিলা ৰেণু শইকীয়াৰ দেহাৱসান

moon

Renu Saikia Passes Away:ধৰ্মপ্ৰাণ মহিলা ৰেণু শইকীয়াৰ দেহাৱসান

নগাঁও জিলাৰ হাতীচোং মৌজাৰ অন্তৰ্গত গছপুৰীয়াৰ ধৰ্মপ্ৰাণ মহিলা ৰেণু শইকীয়াৰ  শণিবাৰে গুৱাহাটীৰ এপ’ল হাস্পতালত চিকিৎসাধীন অৱস্থাত বিয়োগ ঘটে। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল প্ৰায় ৭০ বছৰ। স্থানীয় বিভিন্ন অনুষ্ঠান-প্ৰতিষ্ঠানৰ লগত জড়িত মহিলা গৰাকীৰ বিয়োগত সমগ্ৰ হাতীচোং অঞ্চলত শোকৰ ছাঁ পৰিছে। মৃত্যুৰ সময়ত তেওঁ স্বামী,দুই পুত্ৰ,বোৱাৰী আৰু দুই নাতি সহ বহু আত্মীয় স্বজন ইহ সংসাৰত এৰি থৈ গৈছে।

Exit mobile version