Assam Police Commando has been Suspended for Promoting Advertisements for Online Gambling Apps:অনলাইন জুৱাৰ এপৰ বিজ্ঞাপন প্ৰচাৰৰ অভিযোগত নিলম্বন অসম আৰক্ষীৰ কমাণ্ডো পাপৰি কলিতা

অসম আৰক্ষীৰ বীৰাাংগণা পাপৰি কলিতা 'কুঁহি' নামেৰে জনপ্ৰিয় ইউটিউবাৰ হিচাপে পৰিচিত

kuhi 1

Assam Police Commando has been Suspended for Promoting Advertisements for Online Gambling Apps:

অনলাইন জুৱাৰ এপৰ বিজ্ঞাপন প্ৰচাৰৰ অভিযোগত নিলম্বন হ’ল অসম আৰক্ষীৰ কমাণ্ডো জোৱান পাপৰি কলিতা ৷

অসম আৰক্ষীৰ বীৰাাংগণা পাপৰি কলিতা সামাজিক মাধ্যমত ‘কুঁহি’ নামেৰে জনপ্ৰিয় ইউটিউবাৰ হিচাপে পৰিচিত আছিল ৷

Exit mobile version