Narendra Modi Takes Charge As Prime Minister:চাউথ ব্লক উপস্থিত হৈ প্ৰধানমন্ত্ৰীৰ কাৰ্যভাৰ গ্ৰহণ

কাৰ্যভাৰ গ্ৰহণৰ প্ৰথম দিনাই কৃষক সন্মান নিধিৰ ফাইলত স্বাক্ষৰ প্ৰধানমন্ত্ৰীৰ

modi o1

Narendra Modi Takes Charge As Prime Minister:

দেওবাৰে তৃতীয়বাৰৰ বাবে দেশৰ প্ৰধানমন্ত্ৰী হিচাপে শপত গ্ৰহণ কৰা প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে আজি কাৰ্যভাৰ গ্ৰহণ কৰে ৷

ৰাইচিনা হিলচৰ চাউথ ব্লকস্থ প্ৰধানমন্ত্ৰী কাৰ্যালয়ত পুৱা এঘাৰ বজাত পিএম মোদী উপস্থিত হোৱাৰ পিছতে শীৰ্ষ বিষয়া- কৰ্মচাৰীয়ে উস্ম আদৰণি জনায় ৷

কাৰ্যভাৰ গ্ৰহণৰ প্ৰথম দিনাই কৃষক সন্মান নিধিৰ ফাইলত স্বাক্ষৰ কৰে প্ৰধানমন্ত্ৰী গৰাকীয়ে ৷

Exit mobile version