Guwahati High Court-District Court Premises” Declared no Lly Zone:গুৱাহাটী উচ্চ ন্যায়ালয়-জিলা আদালত চৌহদত ন’ ফ্লাই জ’ন” ঘোষণা

high court

Guwahati High Court-District Court Premises” Declared no fly Zone:

গুৱহাটী উচ্চ ন্যায়ালয় চৌহদ তথা গুৱাহাটী জিলা আদালত চৌহদক সামৰি তাৎক্ষণিকভাৱে কাৰ্যকৰী হোৱাকৈ “ন’ ফ্লাই জ’ন” হিচাপে ঘোষণা কৰিছে কামৰূপ মহানগৰ জিলা দণ্ডাধীশে । এই ব্যৱস্থা পৰৱৰ্তী নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব ।

Exit mobile version