Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড

    Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

    গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

    Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

    Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

    Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    ২০২৬ত দেশৰ গাড়ীৰ বজাৰত আগমন ঘটিব ৩৫ নতুন মডেলৰ

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

    AI:এআই সঁজুলিৰে ধন উপাৰ্জনৰ সহজ উপায়

     ATM :এটিএম মেচিনত আৱদ্ধ কাৰ্ড? নিজৰ একাউন্টটো কেনেকৈ সুৰক্ষিত ৰাখিব লাগে

  • Entertainment
    • All
    • Movie
    • Music
    পুনৰ ‘ধুৰন্ধৰ’ৰ অভিলেখ : ছিকুৱেল ‘ধুৰন্ধৰ-২’ মুক্তিৰ পূৰ্বেই অগ্রিম বুকিঙৰ চমক

    আত্মহত্যাৰ চেষ্টা কৰাৰ পাছত চিকিৎসালয়ৰ পৰা প্ৰথম ভিডিঅ’ প্ৰকাশ ইউটিউবাৰ Anurag Dobhalৰ

    ৰাজহাড়ৰ সমস্যাৰ পাছতো দৈনিক ২০ ঘণ্টা কাম কৰে শ্বাহৰুখে

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    অসুস্থ পিতৃ, লীলাৱতী হাস্পতাল ছলমান খান

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    নেপথ্যত আছে ব্যক্তিগত জীৱনৰ বিতর্ক!

    ইয়াতে থমকিলো! কণ্ঠক জিৰণি দি ঘোষণা অৰিজিৎ সিঙৰ

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    আপুনি জানেনে ইউৰিক এচিড বৃদ্ধিৰ এইসমূহ কাৰণ

    এইবিধ ক্রেডিট কার্ডত ৰেহাই সহ একাধিক লাভালাভ

    সাৱধান! আপোনাৰ ব্লুটুথ ইয়াৰবাড-হেডফোন হেক হ’ব পাৰে, ট্রেকিঙৰ আশংকাও আছে

    কাঠফুলা খেতিৰে স্বাৱলম্বনৰ বিপ্লৱৰ সূচনা কৰক মহিলাই

    ভ্লগিঙৰ জৰিয়তে বিখ্যাত আৰু ধনী হ’ব বিচাৰে?

    গাখীৰৰ লগত ফল খালে কি হয়?

    গাখীৰৰ লগত ফল খালে কি হয়?

    Trending Tags

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

‘Mission Flood Free Guwahati’ turned into a flop:প্ৰহসনত পৰিণত ‘মিছন ফ্লাড ফ্রী গুৱাহাটী’

নেৰানেপেৰা বৰষুণত জলমগ্ন মহানগৰীৰ বহু অঞ্চল, বশিষ্ঠত ভূমিস্খলন, কথমপি প্ৰাণ ৰক্ষা যুৱকৰ

publisher by publisher
June 18, 2024
in India, Assam, News
Reading Time: 2 mins read
0
‘Mission Flood Free Guwahati’ turned into a flop:প্ৰহসনত পৰিণত ‘মিছন ফ্লাড ফ্রী গুৱাহাটী’
2
SHARES
19
VIEWS
ShareShareShareShare

‘Mission Flood Free Guwahati turned into a flop:

গুৱাহাটী মহানগৰীক কৃত্রিম বানমুক্ত কৰাৰ শ্ল’গানৰে ২০১৪ত শাসনলৈ অহা বিজেপি চৰকাৰে আঠ বছৰ অতিক্রম কৰিলে যদিও এই সমস্যাৰ পৰা কোনোধৰণৰ পৰিত্ৰাণ নপালে মহানগৰবাসীয়ে।

ADVERTISEMENT

চৰকাৰৰ কৃত্রিম বানমুক্ত তথা ‘মিছন ফ্লাড ফ্রী গুৱাহাটী’ শ্ল’গানক সাকাৰ ৰূপ দিবলৈ গুৱাহাটী উন্নয়ন নিগম আৰু পৌৰ নিগমে কোটি কোটি টকা ব্যয় কৰি ৰূপায়ণ কৰা অভিলাষী আঁচনি ফ্লপশ্ব’ত পৰিণত হৈছে। এজাক বৰষুণতে প্রতিবাৰেই উটি গৈছে মহানগৰীৰ আভিজাত্য।

RelatedPosts

ৰাজ্যৰ বিধানসভা নিৰ্বাচনৰ প্ৰাকমুহূৰ্তত প্ৰশাসনিক বিষয়াৰ সালসলনি

Gaurav Gogoi Pressmeet:মহানগৰীৰ বেলতলাত কংগ্ৰেছ নেতৃত্বাধীন বিৰোধী ঐক্য মঞ্চৰ চাৰিদলৰ উমৈহতীয়া সংবাদমেল

Chandmari:মহানগৰীৰ চানমাৰীনিৰ্মীয়মাণ উৰণসেতুৰ তলত জাইকাৰ পানীৰ পাইপ ফাটি জলমগ্ন ৰাজপথ

যোৱা নিশাৰে পৰা অহা মুষলধাৰ বৰষুণৰ ফলত চান্দমাৰি, হাতীগাঁও-সিজুবাৰী, ৰুক্মিণীগাঁও, নবীন নগৰ, পাঞ্জাবাৰী, বেলতলা, কাহিলিপাৰাকে ধৰি বহু অঞ্চল কৃত্রিম বানৰ কৱলত পৰে। সংশ্লিষ্ট অঞ্চলসমূহৰ গৰিষ্ঠ সংখ্যক পথ, সংযোগী উপ-পথসমূহ পানীত বুৰ গৈ থকাৰ পৰিপ্ৰেক্ষিতত যানবাহন চলাচত ব্যাঘত জন্মে আৰু বহু কেইটা অঞ্চলৰ চৌহদত পানী সোমোৱাৰ ফলত লোকসকল একপ্ৰকাৰ গৃহবন্দী হৈ পৰে।

উল্লেখ্য যে দীর্ঘসময় ধৰি কৃত্রিম বানৰ ফলত মহানগৰবাসীয়ে কিদৰে যমৰ যাতনা ভোগ কৰি আহিছে, সেয়া নকৈ কোৱাৰ হয়তো প্রয়োজন নাই। এই দুর্ভোগৰ পৰা পৰিৱৰ্তনকামী চৰকাৰৰ দিনত কিছু হ’লেও সকাহ লাভ কৰিব বুলি মহানগৰবাসীয়ে আশা কৰিছিল যদিও সময় বাগৰাৰ লগে লগে এই আশা চূৰমাৰ হৈ আহিছে। তথ্য-প্রযুক্তিবিদ্যাৰ জয়জয়কাৰ দিনটো এজাক বৰষুণতে সৃষ্টি হোৱা কৃত্রিম বানৰ অবর্ণনীয় পৰিস্থিতিৰ পৰা আজিও মহানগৰবাসীয়ে পৰিত্ৰাণ নাপালে।

এই প্রসংগ আহিলেই সময়ে সময়ে চমক সৃষ্টি কৰি অহা চৰকাৰখনে গুৱাহাটীক বানমুক্ত কৰাৰ লক্ষ্যৰে কোটি কোটি টকা খৰচ কৰি অত্যাধুনিক ছুপাৰ ছাকাৰ, বিভিন্ন অভিলাষী আঁচনি গ্রহণ কৰি আহিছে যদিও এই সমস্যাই দিনক দিনে ভয়াৱহ ৰূপ ধাৰণ কৰি আহিছে।

সমান্তৰালভাৱে গুৱাহাটী বানমুক্ত কৰাৰ লক্ষ্যৰে চৰকাৰে শিলসাঁকোত উচ্ছেদ চলোৱা হৈছিল বুলি মন্তব্য কৰি ব্যাখ্যা আগবঢ়াইছিল যদিও মহানগৰীত পূৰ্বৰ দৰেই কৃত্রিম বানৰ বিভীষিকাময় পৰিৱেশ আজিও অব্যাহত থাকিল। অবশ্য পূৰ্বৰ দৰেই আজিৰ দিনটোতো পৌৰ নিগমে বিভিন্ন স্থানত মেচিন লগাই পানী সিঁচি পৰিস্থিতিৰ স’তে মোকাবিলাৰ প্ৰচেষ্টা অব্যাহত ৰাখিছে। \

আনহাতে, নলা-নর্দমা পৰিষ্কাৰ কৰাৰ সময়ত নাইবা বিভিন্ন নির্মাণ কাৰ্য পৰিদৰ্শন কৰি বানমুক্ত গুৱাহাটীৰ শ্ল’গান আওৰাই অহা গুৱাহাটী উন্নয়ন মন্ত্রী অশোক সিংহল সোমবাৰে ঢেকিয়াজুলিত ব্যস্ত হৈ থকাৰ বিপৰীতে মঙলবাৰে মহানগৰীৰ বৰবাৰীত শিশু শিক্ষা সমিতিৰ বিশেষ অভিনন্দন অনুষ্ঠানত ব্যস্ত থকা দেখিবলৈ পোৱা গ’ল।

ইফালে, মুষলধাৰ বৰষুণৰ মাজতে বশিষ্ঠত সংঘটিত হয় এক ভূমিস্খলনৰ ঘটনা। এই ঘটনাত এজন যুৱকৰ কথমপি প্ৰাণ ৰক্ষা পৰে। উল্লেখ্য যে বশিষ্ঠৰ সন্ধ্যাচল পাহাৰৰ বিজয়পুৰত পুৱতি নিশা এক ভূমিস্খলনৰ ঘটনা সংঘটিত হয়।

পাহাৰৰ ওপৰৰ পৰা মাটি খহি অহাৰ ফলত এটা বাসগৃহৰ পকী দেৱাল ভাঙি এটা অংশ হেঁচা মাৰি ধৰে। সংশ্লিষ্ট বাসগৃহত ভাৰ্গৱ পাঠক নামৰ এজন লোক শুই আছিল আৰু তেওঁৰ বিছনাখন তথা ভৰি অংশ ভাঙি পৰা দেৱালে হেঁচা মাৰি ধৰিছিল। অৱশ্যে তেওঁ নিজক উদ্ধাৰ কৰিবলৈ সক্ষম হয়। উল্লেখ্য যে এই ভূমিস্খলনৰ ফলত বাসগৃহটোৰ বিস্তৰ ক্ষতিসাধন হয়।

ইপিনে,মহানগৰীত অব্যাহত থকা নেৰানেপেৰা বৰষুণৰ ফলত আজি ভঙাগড়ৰ টিভি টাৱাৰৰ ওচৰত সংঘটিত হয় ভূমিস্খলন৷ একেদৰে মহানগৰীৰ কেতবোৰ পাহাৰীয়া অঞ্চলৰ বাসিন্দা এতিয়া যিকোনো সময়তে হ’ব পৰা ভূমিস্খলনৰ আশংকাত শংকিত হৈ পৰিছে ৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading...
Tags: 'Mission Flood Free GuwahatiArtificial FloodGMCGuwahati
publisher

publisher

Related Posts

Jyanta khaund:কংগ্ৰেছত যোগদান অগপৰ প্ৰাক্তন নেতা জয়ন্ত খাউণ্ড
News

March 9, 2026
Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন
News

Dhemaji:অসমৰ দ্বিতীয় সৰ্ববৃহৎ জনজাতি মিছিং সকলৰ সনাতন চন্দী পেগুৰ বংশাৱলী অধিবেশন সম্পন্ন

March 9, 2026
গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল
News

গালফ সংঘাতৰ মাজতে ১১০ ডলাৰ পাৰ ক্ৰুড অইল

March 9, 2026
Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল
News

Rajyasabha Election Result:ঘোষণা হ’ল ৰাজ্যসভা নিৰ্বাচনৰ ফলাফল

March 9, 2026
Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক
News

Dispur:মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ বিৰুদ্ধে আপত্তিজনক গোহাৰি পত্ৰ- নথিসহ আটক ৪ জনক

March 9, 2026
Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !
News

Saraighat New Bridge:মহানগৰীৰ নতুন শৰাইঘাট দলঙত অঘটন !

March 9, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d