Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    হৰমুজত পুনৰ তেলবাহী জাহাজত আক্ৰমণ, সন্ধানহীন দুই ভাৰতীয় নাবিক

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    লণ্ডনৰ পূজাত আকাশবাণীৰ শতবর্ষ উদ্যাপন

    চমকি উঠিল অস্ত্রোপচাৰ কৰা চিকিৎসক, যুৱকৰ শৰীৰত উদ্ধাৰ নাৰীৰ অংগ

    আন্দোলন গঢ়ি তুলি মোদী চকুৰ কুটা দাঁতৰ শূলত পৰিণত

    ‘ভোট চুৰি’, এছ আই আৰ বন্ধ আৰু মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘দিল্লী চলো—মাৰ্চ ফৰ ডেম’ক্ৰেচি’

    বার্মিজ চুপাৰি জব্দৰ এটা ঘটনাতে ৪০৯ কোটি টকাৰ শুল্ক লোকচানৰ তথ্য

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    AI-ৰ নিৰ্মিত বিভ্ৰান্তিকৰ-আপত্তিজনক কনটেণ্ট আঁতৰোৱাৰ দাবীত দিল্লী উচ্চ ন্যায়ালয়ৰ দ্বাৰস্থ কংগনা ৰনৌত

    নানা পাটেকৰৰ বিয়োগত শোকস্তব্ধ বিনোদন জগত

    মৃত্যুৰ মাত্ৰ চাৰি দিন পূৰ্বে মঞ্চত নানা পাটেকৰ, কৈছিল—‘এদিন সকলোৱেই গুচি যাব লাগিব…’

    বক্স অফিচত মুক্তিৰ দিনাই চমক ‘দৃশ্যম-৩’ৰঃ ৫০ কোটি টকাৰ ব্যৱসায়

    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    কোঠাত প্ৰৱেশৰ লগে লগে পাহৰি যায় কি প্রয়োজনত আহিছিল

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    শেৱালি ফুলৰো আছে ঔষধি গুণ

    গেছ চিলিণ্ডাৰ কিনিবলৈ ৬০০ টকালৈকে মাইক্র’ লোন, ১০০ টকাকৈ সাপ্তাহিক কিস্তি

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home News Assam

Artificial Floods in North Guwahati:গুৱাহাটীৰ পিছত এইবাৰ কৃত্রিম বান উত্তৰ গুৱাহাটীত খোৱাপানীৰ অভাৱত ককবকাইছে উত্তৰ গুৱাহাটীবাসীয়ে

publisher by publisher
June 8, 2024
in Assam, India, News
Reading Time: 2 mins read
0
Artificial Floods in North Guwahati:গুৱাহাটীৰ পিছত এইবাৰ কৃত্রিম বান উত্তৰ গুৱাহাটীত খোৱাপানীৰ অভাৱত ককবকাইছে উত্তৰ গুৱাহাটীবাসীয়ে
3
SHARES
32
VIEWS
ShareShareShareShare

RelatedPosts

North Guwahati:উত্তৰ গুৱাহাটী চিলা কৰৈবাৰী ৰাষ্ট্ৰীয় ঘাইপথত গৰুভৰ্তি বাহন জব্দ

Wild Buffalo Injured in North Guwahati:উত্তৰ গুৱাহাটীৰ লেঙাত দুষ্কৃতিকাৰীয়ে শৰবিদ্ধ কৰা বনৰীয়া ম’হক উদ্ধাৰ বন বিভাগৰ

ৰাজ্যত বানপানী আৰু গৰাখহনীয়া ৰোধ কৰাৰ বাবে ৰূপায়ন কৰা জলসম্পদ বিভাগৰ আঁচনি সমূহৰ অগ্ৰগতিৰ পৰ্যালোচনা মন্ত্ৰী পীযুষ হাজৰীকাৰ

Artificial Floods in North Guwahati:

এজাক মুষলধাৰ বৰষুণে দিলেই গুৱাহাটী মহানগৰ পৰে জলমগ্ন ৷ এইবাৰ কৃত্ৰিম বানৰ কবলত উত্তৰ গুৱাহাটী ৷
কৃত্রিম বানত দিশহাৰা হৈ পৰিছে সমগ্ৰ উত্তৰ গুৱাহাটীবাসী। এতিয়ালৈ উত্তৰ গুৱাহাটীৰ বহু অঞ্চল কৃত্রিম বানৰ কৱলতে আছে। বহু আবাসিক অঞ্চল কৃত্রিম বানৰ কৱলত থকাত অস্বাস্থ্যকৰ পৰিৱেশ বিৰাজ কৰিছে। উত্তৰ গুৱাহাটী, শিলসাঁকো, কদ্ৰেশ্বৰ, মধুপুৰ, কটাহবজাৰ, ৰজাদুৱাৰকে ধৰি বহু অঞ্চল পানী ওলাই যোৱাৰ পথৰুদ্ধ অঞ্চলৰ পানীত ডুবি থকাৰ পাছতো খবৰ লোৱাৰ সদিচ্ছা নোহোৱাৰ অভিযোগ কৰিছে উত্তৰ গুৱাহাটী পৌৰসভাৰ বিৰুদ্ধে।

ADVERTISEMENT

অভয়পুৰ, আৰিয়া আবাসিক অঞ্চলো দুমাহ ধৰি জলমগ্ন হৈ আছে। ইফালে, জিএনআৰচি ৰোড বিগত তিনিমাহেই পানীত ডুব গৈ আছে। তৎসত্ত্বেও কামৰূপ গ্ৰাম্য জিলা প্রশাসনে আজিলৈ পৰিদৰ্শন কৰা নাই বানপীড়িত অঞ্চল। আবদ্ধ দুষিত পানীৰ বাবে ৰোগাক্রান্ত হোৱাৰ অভিযোগ কৰিছে আৱাসীসকলে। কান্ধত, বোকোচাত তুলি সন্তানক বিদ্যালয়লৈ নিবলগীয়া অৱস্থাৰ পাছতো উত্তৰ গুৱাহাটী পৌৰসভাই ব্যৱস্থা গ্রহণ নকৰাৰ অভিযোগ কৰে ৰাইজে।

আমিনগাঁৱৰ কে’বাটাও কল’নী কৃত্রিম বানৰ কবলত থকাত অতি কষ্টৰে আৱাসীসকলে পানীৰ মাজত সহৱস্থান কৰি চৰ্ম ৰোগত ভুগিবলগীয়া হৈছে। তদুপৰি স্বাধীনতাৰ অমৃত কালৰ ক্ষণতো উত্তৰ গুৱাহাটীৰ বহু অঞ্চলত নির্মাণ হৈ নুঠিল নলা-নর্দমা।

ইপিনে, খোৱাপানীৰ বৃহৎ নাটনি আমিনগাঁৱৰ উত্তৰ গুৱাহাটীত। জাইকাৰ প্ৰকল্পৰ পানী মুকলিৰ নতুন নতুন তাৰিখ লৈ প্ৰৱঞ্চনা কৰি আহিছে ৰাইজক। খোৱাপানী ক্ৰয় কৰি ভাৰাক্ৰান্ত হৈ পৰিছে দুখীয়া পৰিয়াল।

উল্লেখ্য যে গুৱাহাটী উত্তৰ গুৱাহাটী নব নির্মিত দলং সংযোজিত পথে কৃত্রিম বানৰ সমস্যা অধিক ভয়াৱহ কৰি তুলিছে।

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Artificial FloodsLack Of DRINKING wATERNorth Guwahati
publisher

publisher

Related Posts

পিতৃৰ পাইলট হোৱাৰ সপোন পূৰণ কৰিব পৰা নাছিল, কিন্তু সেই সপোন বাস্তৱায়িত কৰি ইতিহাস ৰচিলে কন্যা ভাবনাই
India

October 12, 2026
জ্ঞানেশ কুমাৰৰ পদত্যাগৰ দাবীত ‘ছুপ্ৰিম কোৰ্ট চলো’ কাৰ্যসূচী, দিল্লীত বিৰোধী মিত্ৰজোঁটৰ সমদল

মণিপুৰত নিহত ব্যক্তিৰ কটা মূৰ ঘূৰাই দিয়াৰ দাবী, ৪৮ ঘণ্টাৰ সময়সীমা বান্ধি দিলে নাগা সংগঠনে

ছ’চিয়েল মিডিয়াৰ ইনফ্লুৱেঞ্চাৰৰ পৰা স্বাধীন সাংবাদিকলৈ ধ্ৰুৱ ৰাঠী

যন্তৰ-মন্তৰত আৰু নহ’ব প্ৰতিবাদ, দিল্লীত প্ৰতিবাদৰ বাবে নিৰ্ধাৰণ তিনিটা স্থান

‘উচ্চতম ন্যায়ালয় ৰাজনীতিৰ স্থান নহয়’, প্ৰতিবাদক লৈ তাৎপৰ্যপূৰ্ণ মন্তব্য মুখ্য ন্যায়াধীশ সূৰ্য কান্তৰ

  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d