State Cabinet Meeting in Loksewa Bhawan:
👉জিএছ টি সন্দৰ্ভত ৰাজ্য কেবিনেটৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত
ADVERTISEMENT
👉জিএছ টি নটিছ লাভ কৰা ব্যৱসায়ী সকলৰ শংকা দূৰ কৰিবলৈ বিশেষ পদক্ষেপ ৷
👉তিনিচুকীয়া,গুৱাহাটী,তেজপুৰ,যোৰহাট,শিলচৰ,শিৱসাগৰত উপস্থিত হ’ব দুই কেবিনেট মন্ত্ৰী ৷
👉ছয় জিলাৰ ব্যৱসায়ীৰে বৈঠকত মিলিত হ’ব মন্ত্ৰীদ্বয় অজন্তা নেওগ আৰু অশোক সিংহাল ৷
👉ব্যৱসায়ীৰে মতবিনিময়ৰ পিছত জিএছটি সন্দৰ্ভত প্ৰস্তুত কৰা ৰিপৰ্ট মন্ত্ৰীদ্বয়ে দাখিল কৰিব কেবিনেটত ৷
👉মন্ত্ৰীদ্বয়ে দাখিল কৰাৰ ৰিপৰ্টৰ পাছতে কেবিনেটে ল’ব প্ৰয়োজনীয় ব্যৱস্থা ৷