Representatives of Tata Tea and Hindustan Unilever Meet The CM:লোকসেৱা ভৱনত মুখ্যমন্ত্ৰীৰে বৈঠকত মিলিত টাটা টী আৰু হিন্দুস্তান ইউনিলিভাৰৰ প্রতিনিধিবর্গৰ

cmoo

Representatives of Tata Tea and Hindustan Unilever Meet The CM:

বুধবাৰে অসম সচিবালয়ৰ লোকসেৱা ভৱনত মুখ্যমন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাক সাক্ষাৎ কৰে টাটা টী আৰু হিন্দুস্তান ইউনিলিভাৰৰ উচ্চ পৰ্যায়ৰ প্রতিনিধিবর্গৰ ৷

ইয়াৰ পিছতে মুখ্যমন্ত্ৰীৰে এক বৈঠকত মিলিত হয় টাটা টী আৰু হিন্দুস্তান ইউনিলিভাৰৰ প্রতিনিধিবর্গৰ ৷ বৈঠকত অসমৰ চাহৰ অনুকূল মূল্য আৰু ব্ৰেণ্ডিং বৰ্ধিতকৰণ সুনিশ্চিত কৰিবলৈ বিতং আলোচনা কৰাৰ লগতে চাহৰ বিশ্বজুৰি প্ৰসাৰ উন্নত কৰা আদিকে ধৰি বিভিন্ন বিষয়ত আলোচনা কৰা হয় ৷ মুখ্যমন্ত্ৰীয়ে এইক্ষেত্ৰত প্ৰয়োজনীয় পদক্ষেপ লোৱাৰ আশ্বাস দিয়ে দুয়োটা ব্যৱসায়ী গোষ্ঠীক ৷

Exit mobile version