Dainik Agradoot
ADVERTISEMENT
  • Home
  • News
    • All
    • Assam
    • Business
    • City
    • Crime
    • International
    • National
    • New Year 2023
    • Politics
    • Sports
    • Union Budget 2025
    দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

    ‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

    মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

    ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    আইফেল টাৱাৰৰ মুৰব্বীৰ পদত্যাগৰ যো-জা

    জন্মদিনতে এছিয়ান গেমছত স্বৰ্ণ লাভ অসমকন্যা লাভলীনা বৰগোহাঁইৰ

    Trending Tags

    • Assam
    • Guwahati
    • Crime
    • Himanta Biswa Sarma
  • Tech
    • All
    • Apps
    • Gadget
    • Mobile
    • Startup
    আগষ্টত দেশত ৫৩ শতাংশ বৃদ্ধি পালে বৈদ্যুতিক গাড়ীৰ বিক্ৰী

    ২০ হেজাৰ টকালৈকে গাড়ীৰ মূল্যবৃদ্ধি মাৰুতি ছুজুকীৰ, চাৰি মাহত তৃতীয়বাৰলৈ মূল্যবৃদ্ধি

    Nepal’s 13 hydropower projects have been destroyed by floods:আকস্মিক বানত বিধ্বস্ত হ’ল নেপালৰ কমেও ১৩ টা জলবিদ্যুৎ প্রকল্প

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    বিশ্বৰ সৰ্বাধিক জনপ্রিয় বিলাসী গাড়ী

    আপোনাৰ স্মার্টফোনৰ বেটাৰী সোনকালে শেষ হয় নেকি?

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    বজাৰৰ শ্ৰেষ্ঠ তিনিটা কেমেৰা ফোন

    Trending Tags

  • Entertainment
    • All
    • Movie
    • Music
    সুশান্তৰ ভৰি ভঙা আছিল, চকুত আছিল আঘাতৰ চিন: ভগ্নীৰ দাবী

    ‘পাকিস্তান জিন্দাবাদ’ ধ্বনি দি বিতৰ্কত আয়ুষ্মান: অৱশেষত মুখ খুলিলে অভিনেতাই

    পুনৰ আহিব আৰিয়ান খানৰ ‘দ্য বেছ অৱ বলিউদ ২’

    কৰীনাই ক্ৰেচ ডায়েট ভাল নাপায়, টাইমুৰৰ জন্মৰ পিছত কেনেকৈ কমি গ’ল অভিনেত্ৰীগৰাকীৰ ওজন?

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    এবছৰত ২৫০০ কোটি টকাৰ লোকচান শ্বাহৰুখৰ

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

    শীঘ্ৰেই অৱসৰ ল’ব অমিতাভে!

  • Lifestyle
    • All
    • Food
    • Spirituality
    • Travel
    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    ঋণৰ কিস্তি বাউন্স হ’লে কি কৰিব?

    হাতৰ জোৰাৰ ক’লা দাগ

    হাতৰ জোৰাৰ ক’লা দাগ

    শ্বেয়াৰ বজাৰত বিনিয়োগ: বিনিয়োগকাৰীক পৰামৰ্শ দিব এইটো ম’বাইল এপে

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    চিনেমা চালেই বৃদ্ধি পাব আয়ুস!

    মানসিক চাপে মনটোৱেই নহয়, শৰীৰতো যথেষ্ট প্ৰভাৱ পেলায়

    বান্দৰতকৈ কম নিদ্রাতো পৃথিৱীৰ লেকাম মানুহৰ হাতত!

    • Golden Globes
    • Game of Thrones
    • MotoGP 2017
    • eSports
    • Fashion Week
  • Tourism
    Vaishno Devi temple মাতা বৈষ্ণো দেৱী তীর্থযাত্ৰীৰ বাবে কটাত নতুন নির্দেশনা

    Iran Bus stand দেখিলেই যেন মন প্ৰশান্ত হৈ পৰিব আপোনাৰ

    Truist Visit Usa :পৰ্যটকৰ বাবে সুখবৰ, ফুৰিবলৈ গৈয়ো চাকৰিৰ সন্ধান কৰিব পাৰিব আমেৰিকাত

    Kaziranga Tiger:কাজিৰঙাত পৰ্যটকৰ বাবে অন্যতম আকৰ্ষণৰ কেন্দ্ৰবিন্দু হৈ পৰিছে বাঘ

    Pamohi Bhimasankar Jyotirlinga Temple Visit CM :পামহি ডাকিনি পাহাৰৰ ভীমা শংকৰ জ্যোতিলিংগ মন্দিৰ দৰ্শন মুখ্যমন্ত্ৰীৰ

    Ganga Vilas – World’s longest River Cruise – Enters Assam : অসমত প্ৰৱেশ বিশ্বৰ দীৰ্ঘতম ৰিভাৰ ক্ৰুজ এম ভি গংগা বিলাসৰ

  • Videos
No Result
View All Result

Home Fashion

নাম সলনি কৰিবলৈ বাধ্য হ’ল ফেয়াৰ এণ্ড লভলীয়েঃ কিন্তু কিয়?

publisher by publisher
June 25, 2020
in Fashion, India, Lifestyle, News, Uncategorized
Reading Time: 1 min read
0
নাম সলনি কৰিবলৈ বাধ্য হ’ল ফেয়াৰ এণ্ড লভলীয়েঃ কিন্তু কিয়?
5
SHARES
47
VIEWS
ShareShareShareShare

RelatedPosts

ভাৰতত ফেয়াৰ এণ্ড লাভলি কিয়? প্ৰশ্ন কৰিলে এজন ক্ৰিকেটাৰে

দীৰ্ঘদিনৰ পৰা যুৱক যুৱতীসকলক বগা হোৱাৰ সপোন দেখুওৱা “ফেয়াৰ এণ্ড লভলী”য়ে নাম সলনি কৰিব ৷ লগতে কোম্পানীয়ে “ফেয়াৰ এণ্ড লভলী”ৰ পৰা ফেয়াৰ শব্দটো উঠোৱাৰ প্ৰসংগও উত্থাপন কৰিছে।কোম্পানীৰ পৰা পোৱা মতামত অনুসৰি নতুন ব্ৰেণ্ডৰ নাম সকলোৰে পৰা পোৱা মঞ্জুৰীৰ পিছতহে ৰাজহুৱা কৰিব। আনহাতে বিগত সময়ৰ পৰা ক’লা বগা ছালক লৈ কৰি অহা বিভিন্ন বিতৰ্ক সূচক ধাৰণা পৰিৱৰ্তন কৰিবলৈকে “ফেয়াৰ এণ্ড লভলী”ৰ ক্ষেত্ৰত এই সিদ্ধান্ত লৈছে কৰ্তৃপক্ষই ৷

ADVERTISEMENT

ইপিনে বিগত সময়ত আমেৰিকাত হোৱা কৃষ্ণাংগ হত্যাই সমগ্ৰ বিশ্বত ছালৰ ক’লা বগাৰ ক্ষেত্ৰত চলি অহা ধাৰণাক সলনি কৰি দিলে ৷ সম্প্ৰতি বলীউডৰ বহু কেইজন চেলীব্ৰেটীয়ে ফেয়াৰনেছ ক্ৰীমৰ বিজ্ঞাপন কৰিবলৈ অস্বীকাৰ কৰিছে ৷ লগতে বিশ্বৰ ব্যৱসায়ৰ লগত জৰিত লোকসকলেও ছালৰ ক্ষেত্ৰত সততে দেখা দিয়া ভেদাভেদক পৰিহাৰ কৰিছে ৷ ইউনিলিভাৰ বিউটি এণ্ড পাৰ্চনেল কেয়াৰ ডিভিজনৰ অধ্যক্ষ চ’নী জৈনে কয় “ফেয়াৰ, হুৱাইট, লাইটৰ দৰে শব্দই ধুনীয়া শব্দটোক উপলুঙাহে কৰে ৷ এইয়া শুদ্ধ নহয় । গতিকে আমি ইয়াক শুধৰাব বিচাৰো ৷”

লগতে কম্পনীয়ে কয় যে আমাৰ বেণ্ডৰ পেকেজিঙৰ পৰা ফেয়াৰ,হুৱাইটনিং আৰু লাইটনিঙৰ দৰে শব্দক আঁতৰাই দিয়া হ’ব ৷ ইয়াৰ লগতে বিজ্ঞাপনত সকলো ৰঙৰ মহিলাক অংশগ্ৰহণ কৰিবলৈ দিয়া হ’ব । আনহাতে ফেয়াৰ এণ্ড লভলী” ভাৰতৰ উপৰিও বাংলাদেশ,ইণ্ডোনেছিয়া,থাইলেণ্ড, পাকিস্তান আৰু এছিয়াৰ বিভিন্ন দেশত বিক্ৰী হয় ৷

উল্লেখযোগ্য যে ১৯৭৫ চনত হিন্দুস্তান ইউনিলিভাৰে “ফেয়াৰ এণ্ড লভলী” নামেৰে এটা ক্ৰীম মুকলি কৰিছিল।যাৰ জৰিয়তে ক’লা ছালৰ গৰাকী সহজতে বগা হ’ব পাৰিব বুলি বিজ্ঞাপন দিয়া হৈছিল ৷ ছালৰ ক’লা বগা প্ৰসংগটোক লৈ বিভিন্নজনে বিভিন্ন সময়ত বিৰোধিতা কৰি আহিছিল যদিও আমেৰিকাৰ কৃষ্ণাংগ হত্যাত সকলোৰে চকু খোল খালে ৷ সম্প্ৰতি ফেয়াৰ এণ্ড লভলী ক্ৰীমেও নিজৰ নাম পৰিৱৰ্তন কৰিবলৈ বাধ্য হ’ল । মন কৰিবলগীয়া যে ফেয়াৰ এণ্ড লভলীয়ে কেৱল ভাৰততে ৫০ কোটিতকৈ অধিক ব্যৱসায় কৰে৷

Share this:

  • Share on X (Opens in new window) X
  • Share on Facebook (Opens in new window) Facebook
  • Share on LinkedIn (Opens in new window) LinkedIn
  • Share on WhatsApp (Opens in new window) WhatsApp
  • More
  • Share on Pinterest (Opens in new window) Pinterest
  • Share on Telegram (Opens in new window) Telegram

Like this:

Like Loading…
Tags: Fair & LovelyHindustan UnileverSkin Cream
publisher

publisher

Related Posts

বৈধ ভোটাৰৰ নাম তালিকাত অন্তৰ্ভুক্ত কৰিবলৈ নিৰ্বাচন আয়োগৰ বৃহৎ অভিযান
India

October 2, 2026
দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০
India

দিল্লীত জ্ঞানেশ কুমাৰৰ বিৰুদ্ধে প্ৰতিবাদ, আটক অন্তত ৭০০

October 2, 2026
দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !
India

দুৰ্ঘটনাপতিত হ’ল দুৰ্গা প্ৰতিমা কঢ়িয়াই নিয়া টেম্পো !

October 2, 2026
‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ
International

‘ফ্লাইডুবাই’ৰ আহত ভাৰতীয় পাইলট স্মিতৰ স’তে মোদীৰ ভিডিঅ’ কল, সাহসিকতাৰ প্ৰশংসা প্ৰধানমন্ত্ৰীৰ

October 2, 2026
মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান
International

মোদীৰ নিৰপেক্ষ স্থিতিৰ প্ৰশংসা পুটিনৰ, ইউক্ৰেইন সংঘাতক লৈ ভাৰতৰ ভূমিকাক জনালে সন্মান

October 2, 2026
ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল
International

ৰাছিয়াত ব্যাপক হাৰত বন্ধ হৈছে চৰকাৰী স্কুল

October 2, 2026
  • About
  • Advertise
  • Privacy & Policy
  • Contact

© 2021 Dainik Agradoot - A Premier News Daily from Assam | Powered By Webx.

%d