Cabinet Expansion Before 15 August
👉১৫ আগষ্টৰ আশে-পাশে মন্ত্ৰীসভা হ’ব ৰদ-বদল হোৱাৰ ইংগিত মুখ্যমন্ত্ৰীৰ ৷
ADVERTISEMENT
👉ৰাজ্যিক মন্ত্ৰীসভাত বৃদ্ধি পাব সদস্য সংখ্যা ৷
👉মন্ত্ৰীসভাত সৰ্বাধিক ১৯ গৰাকী মন্ত্ৰী হ’ব ৷
👉মন্ত্ৰীসভাত নতুন মুখে স্থান পোৱাৰ সম্ভাৱনা ৷
👉তেজপুৰত অনুষ্ঠিত যোগ দিৱসত অংশ লৈ এই মন্তব্য মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাৰ।