Ration Cards will be Accepted for College Admission:কলেজত নামভৰ্তি কৰিবলগীয়া শিক্ষাৰ্থী সকলৰ বাবে এটা ভাল খবৰ

hbs 555

Ration Cards will be Accepted for College Admission:

➡️প্রজ্ঞান ভাৰতী আঁচনিৰ অধীনত কলেজত বিনামূলীয়া নামভৰ্তিত শিক্ষাৰ্থী সকলে প্ৰদৰ্শন কৰিব পাৰিব ৰেচন কাৰ্ড ৷

➡️নামভৰ্তিত গ্ৰাহ্য হ’ব ৰেচন কাৰ্ড ৷

➡️পিতৃ-মাতৃৰ আয়ৰ প্ৰমাণপত্ৰৰ পৰিৱৰ্তে ৰেচন কাৰ্ড দাখিল কৰিলেই হ’ব নামভৰ্তি ৷

➡️পৰিয়ালৰ ৰেচন কার্ডখন গ্রহণ কৰিবৰ বাবে মহাবিদ্যালয় কর্তৃপক্ষক নির্দেশ দিয়া হৈছে।

➡️এই কথা টুইটযোগে সদৰি কৰিলে মুখ্যমন্ত্ৰী ড:হিমন্ত বিশ্বশৰ্মাই ৷

Exit mobile version