Petrol tanker burnt down on the roads of Tamulpur:তামুলপুৰৰ ৰাজপথৰ দাঁতিত দাওদাওকৈ জ্বলিল পেট্ৰ’লভৰ্তি টেংকাৰ

tamulpur fire

Petrol tanker burnt down on the roads of Tamulpur:

➡️তামুলপুৰৰ ৰাজপথৰ দাঁতিত দাওদাওকৈ জ্বলিল পেট্ৰ’লভৰ্তি টেংকাৰ ৷

➡️পুৱাতে নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিছিল টেংকাৰ খন ৷
➡️তামুলপুৰ থানাৰ সমীপৰ এটা ট্ৰাঞ্চফৰ্মাৰৰ কাষতে বাগৰি পৰি জ্বলি উঠে পেট্ৰ’লভৰ্তি টেংকাৰ খন ।

➡️শিলিগুৰিৰ পৰা ভূটান অভিমুখী আছিল টেংকাৰখন ।

➡️অগ্নিনিৰ্বাপক বাহিনীৰ কে’বাখনো গাড়ীৰ অহৰহ প্ৰচেষ্টাৰ অন্তত জুই নিৰ্বাচিত।

➡️অগ্নিকাণ্ডৰ ফলত সম্পূৰ্ণৰূপে ভস্মীভূত হয় টেংকাৰ খন ৷

➡️অগ্নিকাণ্ডৰ ফলত কে’বাঘন্টাৰ বাবে তামুলপুৰ থানাৰ সমীপৰ পথটো যানবাহন চলাচল ব্যাহত হয় ৷

Exit mobile version