Three sub-inspectors of Bashishta Police station Reserved closed:বশিষ্ট আৰক্ষীৰ বৰ্বৰ কাণ্ডৰ তদন্ত ঘোষণা

POLICE 1

Three Sub-Inspectors of Bashishta Police Station Reserved Closed:

➡️বশিষ্ট আৰক্ষীৰ বৰ্বৰ কাণ্ডৰ তদন্ত ঘোষণা ৷

➡️বশিষ্ঠ থানাৰ তিনি উপ-পৰিদৰ্শকক ৰিজার্ভ ক্ল’জ ৷

➡️উপ- পৰিদৰ্শক ধ্যানজ্যোতি তামুলী, পৰাগ বৰ্মনক ৰিজার্ভ ক্ল’জ ৷

➡️ৰিজার্ভ ক্ল’জ এছ আই তীর্থনাথ ডেকাকো ৷

➡️এক্সযোগে ঘোষণা আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ ৷

➡️মঙলবাৰে তিনি এছ আইক তলৱ কৰিছিল গুৱাহাটী আৰক্ষী আয়ুক্তই।

➡️সুৰাৰ ৰাগীত মতলীয়া হৈ বশিষ্টৰ এজন যুৱকক নিৰ্মমভাৱে মাৰধৰ কৰিছিল তিনি এছ আইয়ে ৷

➡️এগৰাকী মহিলাকো চৰিওৱাৰ লগতে কৰিছিল আক্ৰমণ ৷

➡️আৰক্ষীৰ প্ৰহাৰত দুয়োখন ভৰি ভাঙিছিল ধন নাথ নামৰ ভুক্তভোগী যুৱকজনৰ ৷

➡️বৰ্তমান চিকিৎসালত চিকিৎসাধীন ধন নাথ ৷

➡️তিনি এছ আই বিৰুদ্ধে বিভাগীয় ব্যৱস্থা লোৱাৰ ইংগিত ডিজিপিৰ ৷

Exit mobile version