DGP has ordered the suspension of three policemen involved in the Basistha incident:বশিষ্ট কাণ্ডৰে জড়িত তিনি আৰক্ষীক নিলম্বনৰ নিৰ্দেশ আৰক্ষী সঞ্চালক প্ৰধান জি পি সিঙৰ

DGP

DGP has ordered the suspension of three Policemen involved in the Basistha incident:

➡️নিৰীহ যুৱকৰ ওপৰত বীৰত্ব দেখুৱা বশিষ্ট থানাৰ তিনি আৰক্ষীক নিলম্বনৰ নিৰ্দেশ ডিজিপিৰ

➡️তিনি উপ- পৰিদৰ্শক হ’ল ধ্যানজ্যোতি তামুলী,পৰাগ বৰ্মন আৰু তীৰ্থনাথ ডেকা ৷

➡️তিনি এছ আইয়ে সুৰামত্ত হৈ বশিষ্টৰ এজন মানসিক বিকাৰগ্ৰস্থ এজন লোকক প্ৰহাৰ কৰিছিল ৷
➡️আৰক্ষীৰ দলবদ্ধ প্ৰহাৰত ধন নাথৰ দুয়োখন ভৰি ভাঙি বৰ্তমান চিকিৎসাধীন ৷

➡️নিজৰ এক্স হেণ্ডলৰ জৰিয়তে ডিজিপি জি পি সিঙে নিলম্বনৰ কথা সদৰি কৰে ৷

➡️নিৰীহৰ ওপৰত আৰক্ষীৰ নিৰ্যাতন সহ্য কৰা নহ’ব, তেনে আৰক্ষীক ৰেহাই নিদিয়াৰ হুংকাৰ ডিজিপিৰ ৷
➡️আৰক্ষী হিচাপে আমি সকলো পৰিস্থিতিতে সংযম অটুট কৰিব লাগিব।.

Exit mobile version