Assam NDA MPs meet Lok Sabha Speaker:দ্বিতীয়বাৰৰ বাবে লোকসভাৰ অধ্যক্ষ হিচাপে দায়িত্বভাৰ লোৱা ওম বিৰলাক সাক্ষাৎ কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোনোৱাল সহ অসমৰ এনডিএ সাংসদৰ

sonowal 3

Assam NDA MPs meet Lok Sabha Speaker:

লোকসভাৰ অধ্যক্ষ হিচাপে একেৰাহে দ্বিতীয়বাৰৰ বাবে দায়িত্বভাৰ গ্ৰহণ কৰা ওম বিৰলাক শুক্ৰবাৰে কেন্দ্ৰীয় মন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ নেতৃত্বত অসমৰ এনডিএ-ৰ সাংসদসকলে সাক্ষাৎ কৰে নতুন দিল্লীৰ লোকসভা সচিবালয়ত।

ADVERTISEMENT

নৱ নিৰ্বাচিত অধ্যক্ষ গৰাকীক ফুলাম গামোচা আৰু ফুলৰ থোপাৰে উস্ম আদৰণি জনাই সোনোৱাল সহ সাংসদ ৰনজিৎ দত্ত,পৰিমল শুক্ল বৈদ্য,দিলীপ শইকীয়া,কামাখ্যা প্ৰসাদ তাছা, বিজুলী ডেকা মেধি আৰু ইউ পিপিএলৰ জয়ন্ত বসুমতাৰীয়ে ৷ ইয়াৰ পিছতে সাংসদসকলে অধ্যক্ষ বিৰলাৰ স’তে এক সৌহাৰ্দপূৰ্ণ বাৰ্তালাপত মিলিত হয়।

Exit mobile version