CGST Additional Commissioner Arrested for Demanding Bribe:উৎকোচ দাবী কৰা অভিযোগত চিবিআইৰ জালত চিজিএছটিৰ অতিৰিক্ত আয়ুক্ত

bribes666

CGST Additional Commissioner Arrested for Demanding Bribe:

➡️মহানগৰীত চিবিআইৰ অৰ্তকিতে অভিযান ৷

➡️উৎকোচ দাবী কৰি চিবিআইৰ জালত ভাৰতীয় ৰাজহ সেৱাৰ বিষয়া ৷

➡️গ্ৰেপ্তাৰ এজন মধ্যভোগী দালালক ৷

➡️আটকাধীন আই আৰ বিষয়াজন হ’ল CGSTৰ অতিৰিক্ত আয়ুক্ত এম এছ ৰাও।

➡️ৰাওৱে বিষয়াজনে ৰে’লৱেৰ ঠিকাৰ বিল আদায়ৰ নামত বিচাৰিছিল উৎকোচ।

➡️দালালৰ জৰিয়তে বিচাৰিছিল ৩ লাখ ৮৩ হাজাৰ টকা ৷

➡️প্ৰস্তুত কৰা হৈছিল ৪৮ লাখ ৪৩ হাজাৰ টকাৰ ডিমাণ্ড ড্রাফট।

➡️ডিব্ৰুগড়ৰ অতিৰিক্ত আয়ুক্তৰ জৰিয়তে তৈয়াৰ কৰা হৈছিল বিল ৷

➡️এই সন্দৰ্ভত অভিযোগ লাভ কৰিছিল চিবিআইয়ে ৷

Exit mobile version