Flood In Kaziranga National Park:বছৰৰ প্ৰথমটো ভয়ংকৰ বানত প্লাৱিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

kaziranga

Flood In Kaziranga National Park:

➡️বছৰৰ প্ৰথমটো ভয়ংকৰ বানত প্লাৱিত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান ৷

➡️ৰাষ্ট্ৰীয় ঘাইপথৰ মাজেৰে বন্যহস্তীৰ জাক পাৰ হৈছে কাৰ্বি আংলং পাহাৰৰ দিশে ৷

➡️ৰাষ্ট্ৰীয় অভয়াৰণ্য খনৰ মুঠ ২২৩টা শিবিৰৰ ৬১টা আছে পানীৰ তলত ৷

➡️ৰাষ্ট্ৰীয় উদ্যানৰ মাজেদি ব্যৱসায়ীক যানবাহন চলাচলত নিষেধাজ্ঞা ৷

➡️নিদিষ্ট গতিবেগত যাব পাৰিব ব্যক্তিগত যানবাহন ৷

➡️নিশা স্থানীয় যানবাহনকহে আহযাহত অনুমতি ৷

➡️কাজিৰঙাৰ অন্তৰ্গত বোকাখাতৰ ধাবা সহ আন আন স্থানত ন’ পাৰ্কিং জন’ঘোষণা ৷

➡️ধাবাত গধুৰ যানবাহন ৰখোৱাত বাধাৰোপ ৷

➡️কলিয়াবৰৰ তিনিআলিৰ পৰা যাবলৈ দিয়া নাই গধুৰ যানবাহন ৷

➡️কাজিৰঙা অভিমুখী গধুৰ যানবাহন যাব লাগিব তেজপুৰ অভিমুখে ৷

➡️জীৱ-জন্তৰ সুৰক্ষাৰ বাবে লোৱা হৈছে এই পদক্ষেপ ৷

Exit mobile version